কেৰাহীত তেল গৰম কৰি ভেণ্ডি আলুখিনি বেলেগে বেলেগে ভাজি ল’ব। কেৰাহীত পুনৰ তেল গৰম কৰি তাত সৰিয়হখিনি ফুটাই লৈ পিয়াজখিনি ৰঙচুৱাকৈ ভাজি লওক। তাতে বিলাহী আৰু নৰসিংহখিনিও কম জুইত ভাজি লওক। এতিয়া ভাজি থোৱা আলু আৰু ভেণ্ডিখিনি এতিয়া আপোনাৰ আলু-ভেণ্ডি তৰকাৰী পৰিৱেশনৰ বাবে সাজু।
উৎস: বিকাশপেডিয়া।
শেহতীয়া উন্নীতকৰণ: : 4/16/2020
আলুৰ বিষয়ে কিছু আলফুলীয়া কথা
আলুৰ বিষয়ে কিছু কথা ইয়াত আলোচনা কৰা হʼল।
আলুখেতিত আলুৰ প্ৰকৃত বীজৰ (টি:পি:এচ) ব্যৱহাৰ
আলুৰ অনিষ্টকাৰী কীট–পতঙ্গ আৰু ইহঁতৰ নিয়ন্ত্ৰণ