অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔটেঙা আৰু মিছা মাছৰ জোল

ঔটেঙা আৰু মিছা মাছৰ জোল

উপকৰণ

মিছা মাছ: ৩০০ গ্ৰাম,

বিলাহী: ১টা,

ঔটেঙা-১/৪ টা,

পিঁয়াজ- ২টা,

জলকীয়া: ১-২ টা,

তেল-নিমখ: আন্দাজমতে।

প্ৰস্তুত প্ৰণালী

কেৰাহীত তেল গৰম কৰি লওক। তাত পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লওক। তাত ঔটেঙাখিনি নিমখ দি ভাজক। পানী দি লৰাই থাকক। গ্ৰেভীখিনি উতলিলে তাত আগতে ধুই-বাছি ভাজি থোৱা মাছখিনি দি দিয়ক। আঞ্জাখিনি উতলি উতলি গাঢ় হ’লে নমাই থ’ব। আগতে মাছখিনি ভাজি নল’লে সেইখিনি ভালদৰে সিজিলৈ আঞ্জাখন উতলাব।

উৎস: বিকাশপেডিয়া।

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate