মিছা মাছ: ৩০০ গ্ৰাম,
বিলাহী: ১টা,
ঔটেঙা-১/৪ টা,
পিঁয়াজ- ২টা,
জলকীয়া: ১-২ টা,
তেল-নিমখ: আন্দাজমতে।
কেৰাহীত তেল গৰম কৰি লওক। তাত পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লওক। তাত ঔটেঙাখিনি নিমখ দি ভাজক। পানী দি লৰাই থাকক। গ্ৰেভীখিনি উতলিলে তাত আগতে ধুই-বাছি ভাজি থোৱা মাছখিনি দি দিয়ক। আঞ্জাখিনি উতলি উতলি গাঢ় হ’লে নমাই থ’ব। আগতে মাছখিনি ভাজি নল’লে সেইখিনি ভালদৰে সিজিলৈ আঞ্জাখন উতলাব।
উৎস: বিকাশপেডিয়া।
শেহতীয়া উন্নীতকৰণ: : 5/3/2020
টেঙেচি লাই পুলিৰে সৰু মাছৰ জোল
দুষ্প্ৰাপ্য হ’বলৈ ধৰা ঔটেঙাৰ বিষয়ে কিছু কথা
টেঙেচি-মাটিকাঁদুৰিৰ সৈতে মাছৰ জোল
ঔটেঙাৰ ঔষধি গুণাগুণৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে