অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঠালৰ বৰফি

কঠালৰ বৰফি

উপকৰণ

  • মিঠা কঠাল এটা,
  • চেনি-আধা কিলোগ্ৰাম বা ৰস অনুপাতে,
  • ইলাচিৰ গুৰি-এক চামুচ,
  • গাখীৰ-এক লিটাৰ।

প্ৰণালী

কঠালৰ ৰসখিনি উলিয়াই লওক। ৰসৰ লগতে চেনি, গাখীৰ, ইলাচি গুড়ি দি উতলাওক। যেতিয়া ৰসৰ লগত চেনি, গাখীৰ মিলি যাব, গোটা আৰু ঘন হ’ব, তেতিয়া জুইৰ পৰা নমাই ঠাল এখনত ঘি অলপ ঘঁহি তাত বহলকৈ মেলি দিয়ক। ঠাণ্ডা হ’লে বৰফিৰ আকাৰত কাটি লওক। ৰোকা নাৰিকল অলপ তাত দিব পাৰে।

লেখিকা: চৈয়দা চফিকা বেগম, নন্দিনী।

2.78378378378
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top