প্ৰথমে কেঁচা আমখিনি ৰুকি লওক। এতিয়া এটা পাত্ৰত তেল গৰম হ’ব দিয়ক। তেলখিনি গৰম হোৱাৰ পিছত তাত সৰিয়হ, আম ৰোকা, জলকীয়া, আদা-নহৰুখিনি দি ১-২ মিনিট কম জুইত ভাজি নমাই দিয়ক। এতিয়া কলপাতখিনি ধুই তাত আম ৰোকাৰ মিশ্ৰণখিনি আৰু মাছখিনি দি জুইত সেকক। সেকা হ’লে কলপাতৰ পৰা উলিয়াই কেঁচা পিঁয়াজ, কেঁচা ধনিয়া, নিমখ, তেল দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।
উৎস: বিকাশপেডিয়া।
শেহতীয়া উন্নীতকৰণ: : 5/21/2020
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
অসমৰ গছ-গছনি
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
কলডিল পাতত দিয়া