অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিলৰ পায়স

উপকৰণ

  • গাখীৰ: ১ লিটাৰ,
  • জহা চাউল: ৫০ গ্ৰাম,
  • নাৰিকলৰ ৰোকা: ২ কাপ,
  • খেজুৰৰ গুড়-৪০০ গ্ৰাম,
  • বগা তিল- ২০০ গ্ৰাম।

প্ৰস্তুত প্ৰণালী

প্ৰথমে বগা তিলখিনি ভাজি ল’ব। চাউলখিনিও ধুই চাফা কৰি ল’ব। এখন পেনত চাউল আৰু গাখীৰখিনি একেলগে দি উতলাব। চাউল আধাসিজা হ’লে নাৰিকলৰ ৰোকাখিনি দি লৰাই থাকিব। অলপ সময়ৰ পাছত গুড় দিব। ঘন হৈ আহিলে পিহি লোৱা তিলখিনি দি লৰাই দিব। অলপ সময় ৰাখি নমাই সৰু সৰু বাতিত দি দিব। কাজু,খিচমিচ তাৰ ওপৰত সজাই পৰিৱেশন কৰিব।

উৎস: বিকাশপেডিয়া।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate