অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফুল কবিৰ চালাড

ফুল কবিৰ চালাড

উপকৰণ

  • আলু,
  • পিঁয়াজ,
  • ফুলকবি,
  • কেঁচা মটৰ গুটি,
  • বীট,
  • নিমখ

সকলোখিনি বস্তু প্ৰয়োজনমতে ল’লেই হয়।

প্ৰস্তুতি

বীট, গাজৰ, আলু, ফুলকবি একেলগে অলপ সিজাই ল’ব। মটৰগুটি বাকলি গুচাই উলিয়াই থ’ব।সিজোৱা ফুলকবি প্ৰথমে সৰু সৰু কৰি কাটি ল’ব। তাৰ পিছত মটৰ গুটি আৰু পিঁয়াজৰ লগত আটাইখিনি চব্‌জি নিমখ সানি ডিচত সজাই তাৰ ওপৰত আন্দাজমতে মেয়নিজ দি পৰিবেশন কৰক।

প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 6/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate