অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুতুলি পিঠা

সুতুলি পিঠা

উপকৰণ

  • বৰা চাউল তিনি কাপ
  • লাহি চাউল পাঁচ কাপ
  • গাখীৰ ডেৰ কাপ
  • নাৰিকল এটা(ৰুকি ল’ব)
  • চেনি দুকাপ
  • ৰিফাইন তেল আধা লিটাৰ
  • ইলাচি দুই বা তিনিটা(মিহিকৈ কুটি ল’ব)

প্ৰণালী

প্ৰথমতে দুয়োবিধ চাউল একেলগ কৰি খুন্দি লওক। এতিয়া কেৰাহী এটা গৰম হ’বলৈ দি আগতে ৰুকি থোৱা নাৰিকলত চেনি দি ইলাচিৰ সৈতে ভাজি লওক। খুন্দি থোৱা পিঠা গুড়িখিনি গাখীৰেৰে মথি লৈ ঘিলা পিঠাৰ আকাৰত প্ৰস্তুত কৰি পিঠাৰ মাজভাগৰ দ অংশত নাৰিকলৰ পুৰখিনি দি মুখখন বন্ধ কৰি ৰিফাইনত ভাজি লওক।

লেখিকাঃ মধুস্মিতা চক্ৰৱৰ্তী।

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate