অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোৱালপাৰা জিলা

গোৱালপাৰা জিলা

  • গোৱালপাৰা জিলাৰ ঐতিহাসিক তথা ভৌগলিক তথ্য
  • ইয়াত গোৱালপাৰা জিলাৰ ভৌগলিক তথা ঐতিহাসিক কিছু তথ্য উল্লেখ কৰা হৈছে।

  • গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য্য পাহাৰ
  • ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান|

  • গোৱালপাৰা জিলাৰ বিখ্যাত কলৰ বজাৰ
  • অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কল উৎপাদন তথা বিপণনৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলৰ বজাৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে|

  • গোৱালপাৰা জিলাৰ লেখত লবলগীয়া শৈক্ষিক প্ৰতিষ্ঠান
  • “সৈনিক স্কুল, গোৱালপাৰা” হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ সামৰিক বিদ্যালয়

  • গোৱালপাৰা জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰিসংখ্যা
  • ইয়াত গোৱালপাৰা জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ পৰিসংখ্যা উল্লেখ কৰা হৈছে।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate