ইয়াত গোৱালপাৰা জিলাৰ ভৌগলিক তথা ঐতিহাসিক কিছু তথ্য উল্লেখ কৰা হৈছে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান|
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কল উৎপাদন তথা বিপণনৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলৰ বজাৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে|
“সৈনিক স্কুল, গোৱালপাৰা” হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ সামৰিক বিদ্যালয়
ইয়াত গোৱালপাৰা জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ পৰিসংখ্যা উল্লেখ কৰা হৈছে।