মৰিগাঁও জিলা এখন সৰু আৰু মনোমোহা ঠাই। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ
বঘৰা এখন অতি পুৰণি জনবসতি অঞ্চল । মৰিগাঁও জিলাৰ মধ্য ভাগত ইয়াৰ অৱস্থিতি । বঘৰা বুলিলে সধাৰণতে শিলসাঁকো, সোণাৰীগাঁও, অনন্তপুৰ (শালিকাবড়ি), মাজগাঁও, কল্যাণপুৰ (কাইণ্ডাগুৰি), উলুবাৰী,
ভাৰতৰ পূৰ্ব দিশৰ এই সূৰ্য্য উঠা অসম দেশক লৈ, ইয়াৰ মাটি-পানী-বায়ুক লৈ ক’ত যে গান, কবিতা, তাৰ লেখ নাই ।