অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11: আজিৰ দিনৰ ৱেবৰ বাবে স্পৰ্শ ব্ৰাউজিং আৰু আগলৈ

ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11: আজিৰ দিনৰ ৱেবৰ বাবে স্পৰ্শ ব্ৰাউজিং আৰু আগলৈ

উইণ্ড'জ 8.1 প্ৰিভিউত ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ নতুন বৈশিষ্ট্যসমূহ, বিদ্যমান স্পৰ্শ বৈশিষ্ট্যৰ উন্নতিসাধন আৰু নতুন ডেভেল'পাৰ API সমূহেৰে উইণ্ড'জ 8-ত সূচনা কৰা উদ্ভাৱনমূলক স্পৰ্শ সমৰ্থন অব্যাহত ৰাখিছে।

স্পৰ্শৰে সৈতে নিৰ্ভৰযোগ্য হ'ভাৰ মেনুসমূহ

বহুতো ছাইটৰ এনেকুৱা মেনুসমূহ আছে যিবোৰ কেৱল মাউচ হ'ভাৰ কৰিহে আৱাহন (ইনভ'ক) কৰা যায়।ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ স্পৰ্শৰ সৈতে ছিমুলেটেড হ'ভাৰ সূচনা কৰিছে। ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ বিভিন্ন ভংগিমা ব্যৱহাৰ কৰি আন্তঃক্ৰিয়া সম্পাদন কৰিবলৈ সক্ষমতা প্ৰদান কৰে।

  • টেপ -ক্লিক
  • হ'ল্ড - হ'ভাৰ

স্পৰ্শ হ'ভাৰ সমৰ্থনৰ উপৰিও, স্ক্ৰীণৰ তলিত এখন নতুন প্ৰসংগ মেনু আদেশ দণ্ডিকা দৃশ্যমান হয়, যেতিয়া ব্যৱহাৰকাৰীয়ে ছাইটৰ হ'ভাৰ মেনুত হস্তক্ষেপ নকৰাকৈ আদেশ দণ্ডিকাক প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া এটা লিংক দবায় আৰু হ'ল্ড কৰি থাকে।

উন্নত লিংক হাইলাইটিং

স্পৰ্শ অভিজ্ঞতাটো নিৰ্দিষ্ট কিছুমান চিএচএচ ৰূপান্তৰৰ উন্নতিসাধনৰ সৈতে উইণ্ড'জ ফোন 8-ৰ নিচিনা। এই উন্নতিসমূহৰ সৈতে অধিক লিংক হাইলাইট কৰা হয়, যিবোৰে একেই মাৰ্কআপ ব্যৱহাৰ কৰা পৃষ্ঠাৰ চিএচএচ শৈলীৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।

<meta name="msapplication-tap-highlight" content="no">

আইপেড বা এণ্ডড্ৰ'ইড ফোনৰ তুলনাত ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ লিংক লক্ষ্যৰ চাৰিওপাশে লিংক হাইলাইটক মেৰিয়াই ধৰে।

IE11 iPad Android

<a href="#" style="transform: rotate(45deg)">Links with CSS Transforms</a>

ছোয়াইপ ভংগিমা ব্যৱহাৰ কৰি পাছলৈ আৰু আগলৈ নেভিগেট কৰা

পূৰ্বৱৰ্তী পৃষ্ঠালৈ নেভিগেট কৰি ঘূৰি যোৱাটো ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সম্পাদন কৰা এটি অতি সচৰাচৰ ক্ৰিয়া আৰু ই নেভিগেচন কাৰ্যবোৰৰ প্ৰায় এক তৃতীয়াংশ হয়। ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ স্মৃতি কাৰ্যকাৰিতা আৰু বেটাৰীৰ জীৱন সংৰক্ষণ কৰি সকলো ডিভাইচতেই এই অভিজ্ঞতা দ্ৰুততৰ আৰু অধিক প্ৰবাহী কৰে।

ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ পূর্বৱৰ্তী পৃষ্ঠা বাতিল কৰে আৰু স্মৃতিলৈ কেশ্ব কৰে আৰু ব্যৱহাৰকাৰীয়ে ছোয়াইপ বেক কৰিলে ইয়াক স্মৃতিৰ পৰা ক্ষন্তেকতে ঘূৰাই আনে। ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ ব্যৱহাৰকাৰীয়ে ছোয়াইপ বেক কৰাৰ লগে লগে পূৰ্বৱৰ্তী পৃষ্ঠা ৰেণ্ডাৰ কৰিবলৈ প্ৰি-ৰেণ্ডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰে।

ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ পাছলৈ/আগলৈ বুটাম ব্যৱহাৰ কৰাৰ অভিজ্ঞতাও উন্নত কৰে। যেতিয়া ব্যৱহাৰকাৰীয়ে পাছলৈ/আগলৈ বুটাম দবায়, পৃষ্ঠাটো লোডিং হওতে পৃষ্ঠাটোৰ এটা স্ক্ৰীণ শ্বট দেখা যায় যাতে ঘূৰি গ'লে ছাইটটো দ্ৰুত বিচাৰি পোৱা যায়।

স্পৰ্শৰ সৈতে HTML5 টানক আৰু এৰক

স্পৰ্শ ব্যৱহাৰ কৰি HTML5 টানক আৰু এৰক সমৰ্থন কৰা ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-য়েই প্ৰথম ব্ৰাউজাৰ। স্পৰ্শ ব্যৱহাৰ কৰি কেৱল দবাই আৰু হ'ল্ড কৰি টানক এৰক আৱাহন কৰিব পাৰি।এই প্ৰযুক্তি ব্যৱহাৰ কৰি মাউচৰ সৈতে কাম কৰাকৈ নিৰ্মিত ছাইটসমূহে, কোড নিৰ্দিষ্ট স্পৰ্শ অবিহনে ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-ত স্পৰ্শৰেও কাম কৰে।

মাউচ, কীবোৰ্ড,স্পৰ্শপেডৰ বাবে প্ৰত্যক্ষ মেনিপুলেচন আৰু স্পৰ্শ

ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 10-এ হাৰ্ডৱেৰ একচিলাৰেটেড প্ৰত্যক্ষ মেনিপুলেচনৰ দ্বাৰা উদ্যোগৰ অগ্ৰণী পেনিং আৰু ঝুমিং সুবিধা প্ৰদান কৰে। পৃষ্ঠাবোৰ ব্যৱহাৰকাৰীৰ আঙুলিত লাগি ধৰে, যেতিয়া তেওঁলোকে ঝুম কৰিবলৈ টানে বা পিন্স কৰে, যদিওবা পৃষ্ঠাটোত গধুৰ স্ক্ৰীপ্ট চলি থাকে আৰু মেনিপুলেচন বা এনিমেচন সদায়ে মসৃণ হয়।ডেভেল'পাৰসকলৰ পেনিং আৰু ঝুমিং অভিজ্ঞতা কনফিগাৰ কৰিবলৈ বহুতো API থাকে।

উইণ্ড'জ 8.1-ত ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-এ একেই হাৰ্ডৱেৰ একচিলাৰেটেড পেন আৰু ঝুম প্ৰযুক্তি মাউচ, কীবোৰ্ড আৰু স্পৰ্শপেডলৈ লৈ আনে। ই ছাইটবোৰক সকলো প্ৰকাৰৰ ইনপুটৰ বাবে পেনিং আৰু ঝুমিং মসৃণ কৰিবলৈ অনুমতি দিয়ে। ডেভেল'পাৰ সকলৰ তেওঁলোকৰ ছাইটসমূহৰ বাবে নতুন msZoomTo() API-ৰ দ্বাৰা পেন আৰু ঝুম সূত্ৰপাত কৰাৰ সক্ষমতা থাকে। ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11-ত পূৰ্বনিৰ্ধাৰিত নকৰা পইণ্টাৰ ইভেণ্ট সমৰ্থন কৰা নিৰ্দিষ্টকৰণ প্ৰতিফলন কৰিবলৈ আপডেটেড MSPointer API আছে।

কেৱল আজিৰ দিনৰ ৱেব আৰু আগলৈ কাম কৰা স্পৰ্শ

পৃষ্ঠাসমূহৰ সৈতে আন্তঃক্ৰিয়া কৰি থাকোতে ব্ৰাউজাৰ UI যথাস্থানত নাথাকে যাতে ছাইটসমূহ জীৱন্ত হয়। ডেভেল'পাৰসকলে ভালেমান ছাইটৰ বাবে আকৰ্ষণীয় স্পৰ্শ অভিজ্ঞতা নিৰ্মাণ কৰিবলৈ ইণ্টাৰনেট এক্সপ্ল'ৰাৰৰ উদ্যোগৰ অগ্ৰণী মানদণ্ডসম্পন্ন APIবোৰ ব্যৱহাৰ কৰি আছে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate