অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোন দেশক কি বুলি কোৱা হয়

কোন দেশক কি বুলি কোৱা হয়

১) প্ৰশ্ন : কোন দেশক প্ৰাচ্যৰ পেৰিচ বুলি কোৱা হয়?

উত্তৰ : চীনৰ চাংহাই বন্দৰক প্ৰাচ্যৰ পেৰিচ বোলা হয়।

২) প্ৰশ্ন : কোন দেশক পিৰামিডৰ চহৰ বোলা হয়?

উত্তৰ : কাইবোক।

৩) প্ৰশ্ন : নিষিদ্ধ নগৰী কোন খন?

উত্তৰ : লাচা।

৪) প্ৰশ্ন : আকাশলঙ্ঘী মহানগৰ কোন খন?

উত্তৰ : নিউইয়ৰ্ক।

৫) প্ৰশ্ন : বগা হাতীৰ দেশ কোন খন?

উত্তৰ : থাইলেণ্ড।

৬) প্ৰশ্ন : কোন খন দেশক চিৰবসন্তৰ দেশ বোলা হয়?

উত্তৰ : চুইজাৰলেণ্ড।

৭) প্ৰশ্ন : সমুদ্ৰ বন্ধু দেশ কোন খন?

উত্তৰ : গ্ৰেট বৃটেইন।

৮) প্ৰশ্ন : সোণালী উলৰ দেশ কোনখন?

উত্তৰ : অষ্ট্ৰেলিয়া।

৯) প্ৰশ্ন : পৃথিৱীৰ মুধচ বুলি কোন দেশক কোৱা হয়?

উত্তৰ : পামিৰ মালভূমি।

১০) প্ৰশ্ন : ভূ – স্বৰ্গ কোন ঠাইক বোলে?

উত্তৰ : কাশ্মীৰক।

১১) প্ৰশ্ন : কোন ঠাইক ডাৰ্ক কণ্টিনেণ্ট বোলা হয়?

উত্তৰ : আফ্ৰিকা।

১২) প্ৰশ্ন : কোন দেশ নীল নদীৰ দান?

উত্তৰ : মিছৰ।

১৩) প্ৰশ্ন : কোন দেশক দূৰ্যোদয়ৰ দেশ বোলা হয়?

উত্তৰ : জাপানক।

১৪) প্ৰশ্ন : আটাইতকৈ জাকজমকতাপূৰ্ণ চহৰ কোনখন?

উত্তৰ : ওৱাছিংটন।

১৫) প্ৰশ্ন : নিৰ্জন ঠাই ক’ত? চাইবেৰিয়াত। প্ৰতি বৰ্গমাইলত ১ জন লোকে বাস কৰে।

১৬) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাই?

উত্তৰ : চেৰাপুঞ্জীৰ মৌচিনৰামত। (মেঘালয়)।

১৭) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৰষুণ হোৱা ঠাই কোনখন?

উত্তৰ : মিছৰ।

১৮) প্ৰশ্ন : সৰ্বাধিক ভূমিকম্প হোৱা ঠাইৰ নাম কি?

উত্তৰ : জাপান।

 

  • জানিবলগীয়া বিচিত্ৰ বিষয়

১) প্ৰশ্ন : ‘Happy Birthday to you’ গীতটো কাৰ ৰচনা?

উত্তৰ : ডিলডাৰ্ড পেটিহিল। ১৯৩৬ চনত এই গীতটো ৰচনা কৰিছিল।

২) প্ৰশ্ন : টুথপেষ্টৰ আৱিষ্কাৰক কোন?

উত্তৰ : উইলিয়াম এডিছ। কাৰাবাসত থকা কালতেই তেওঁ আৱিষকাৰ কৰিছিল।

৩) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কি?

উত্তৰ : বেকলিজিয়া। ইয়াৰ ব্যাস ৩০-৩৭ ছেঃমিঃ হয়। সম্পূৰ্ণ ৰুপে ফুলিবলৈ সময় লাগে ৩ দিন। সুমাত্ৰা নামৰ ঠাইত এই ফুল পোৱা যায়।

৪) প্ৰশ্ন : দূৰদৰ্শনৰ প্ৰাৰম্ভিক আৱহ সংগীতৰ স্ৰষ্টা কোন?

উত্তৰ : পণ্ডিত ৰবিশংকৰ।

৫) প্ৰশ্ন : হাৰমোনিয়াম কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ১৮১৮ খ্ৰীঃ ত ভিয়েনাৰ এণ্টন হেকেন নামৰ এজন লোকে ‘ফিল হাৰমনিকা’ নামৰ এটি বাদ্যযন্ত্ৰ তৈয়াৰ কৰে। পাছত ফ্ৰান্সৰদ্দ্যাবে নামৰ এজন লোকে ১৮৪০ চনত হাৰমোনিকাৰ নতুন ৰুপ দি বৰ্তমানৰ হাৰমোনিয়াম তৈয়াৰ কৰে।

৬) প্ৰশ্ন : কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰে?

উত্তৰ : চাৰ্লচ বাব্‌ লীগ।

৭) প্ৰশ্ন : S.T.D. I.S.D. আৰু FAX ৰ সম্পূৰ্ণ নাম কি কি?

উত্তৰ : S.T.D. – Subscribers Trunk Dialling, I.S.D. – International Subscribers Dialling, আৰু FAX – Facility of Automated/Xerox.

৮) প্ৰশ্ন : Ice Cream ৰ আৱিষ্কাৰ কেতিয়া হয়?

উত্তৰ : ১৬৬০ খ্ৰীঃত ফ্ৰান্সত।

৯) প্ৰশ্ন : কোন ৰজাৰ ৰাজত্ব কাল আছিল অতি কম?

উত্তৰ : শ্ৰীলঙ্কাৰ বিক্ৰমবাহু। অভিষেকৰ মাত্ৰ দুঘণ্টাৰ পাছতেই তেওঁৰ মৃত্যু হয়।

১০) প্ৰশ্ন : কোন সকল লোক ‘মেগি’ নামেৰে পৰিচিত আছিল?

উত্তৰ : যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত যি তিনিজন বিদেশীয়ে নৱজাতকক আশীৰ্বাদ দিবলৈ আহিছিল তেওঁলোকে মেগি নামেৰে পৰিচিত আছিল।

১১) প্ৰশ্ন : বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠিত হয়?

উত্তৰ : ১৯৪৬ চনত।

১২) প্ৰশ্ন : Interpole কাক বোলে?

উত্তৰ : International Criminal Police Organisation.

১৩) প্ৰশ্ন : মাদাৰ টেৰেছাৰ প্ৰকৃত নাম কি?

উত্তৰ : Agness Gynxha Bejaxhiu.

১৪) প্ৰশ্ন : ইংৰাজীৰ সৰ্বাধিক ব্যৱহৃত শব্দবোৰ কি কি?

উত্তৰ : I, the, and, of, it, is, was আৰু that।

১৫) প্ৰশ্ন : ইংৰাজীত সৰ্বাধিক ব্যৱহৃত আখৰটো কি?

উত্তৰ : E.

১৬) প্ৰশ্ন : ‘সাৰে জাহা সে আচ্ছা’ গীতটি কাৰ ৰচনা?

উত্তৰ : মহমদ ইকবাল।

১৭) প্ৰশ্ন : নেনো ছেকেণ্ড কি?

উত্তৰ : এক ছেকেণ্ডৰ এক লাখ ভাগৰ এভাগ।

১৮) প্ৰশ্ন : থাৰ্মোমিটাৰৰ আৱিষ্কাৰক কোন?

উত্তৰ : জাৰ্মানীৰ ডি. ডি. ফাৰেনহাইট, ১৭১৪ চনত।

১৯) প্ৰশ্ন : Type writer ৰ আৱিষ্কাৰক কোন?

উত্তৰ : আমেৰিকাৰ চোমচ্‌ (১৮৬৮ চন)।

২০) প্ৰশ্ন : পঞ্চতীৰ্থ কি কি?

উত্তৰ : কুৰুক্ষেত্ৰ, গয়া, গঙ্গা, প্ৰভাস, পুষ্কৰ।

২১) প্ৰশ্ন : কোন জন্তুৰ ৪ টা পাকস্থলী?

উত্তৰ : গৰুৰ।

২২) প্ৰশ্ন : Status of Liberty কি আৰু ক’ত?

উত্তৰ : ব্ৰঞ্জৰ দ্বাৰা নিৰ্মিত এক বিশাল নাৰীমূৰ্তি। নিউয়ৰ্কৰ ফদৰ বন্দৰৰ সন্মুখৰ বেডালোৰ দ্বীপ’ত এই মূৰ্তি আছে।

২৩) প্ৰশ্ন : ‘ফিলাটেলি’ (Philately) কাক বোলে?

উত্তৰ : ডাক টিকটৰ সংগ্ৰহৰ নিচাটোকে ফিলাটেলি বোলে।

২৪) প্ৰশ্ন : Post Card কেতিয়াৰে পৰা প্ৰচলিত হয়?

উত্তৰ : ১৮০৮ চনত, অষ্ট্ৰিয়াত।

২৫) প্ৰশ্ন : কোন প্ৰাণী উভয়লি?

উত্তৰ : কেঁচু আৰু উই।

২৬) প্ৰশ্ন : আমাৰ দেশত আটাইতকৈ কম অক্ষৰযুক্ত ৰেল ষ্টেচনৰ নাম কি?

উত্তৰ : ইব। উৰিষ্যাত।

২৭) প্ৰশ্ন : কোন বিজ্ঞানীয়ে দুবাৰকৈ নোবেল পুৰষ্কাৰ লাভ কৰে?

উত্তৰ : ফৰাচী মহিলা বিজ্ঞানী মাদাম কুৰী।

২৮) প্ৰশ্ন : কোন ইংৰাজী বাক্যত A to Z লৈকে আটাইবোৰ আখৰ যুক্ত আছে?

উত্তৰ : A quick brown for jumps over the lazy dog ।

২৯) প্ৰশ্ন : কাৰ্ডিঅ’গ্ৰাম (Cardiogram) কি?

উত্তৰ : হৃদস্পন্দনৰ গতি পৰিমাপৰ কাৰণে ব্যৱহাৰ কৰাৰ যন্ত্ৰ।

৩০) প্ৰশ্ন : কোনজন সাধাৰণ ঠিকাদাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল?

উত্তৰ : এইচ ডি দেৱগৌড়া।

৩১) প্ৰশ্ন : কোন লেখকে এন্ধাৰ ঘৰৰ বাহিৰে আন ক’তো লিখিব পৰা নাছিল?

উত্তৰ : ফৰাসী লেখক এমিল জোলা।

৩২) প্ৰশ্ন : কোনজন লেখকে যিমানবোৰেই লেখিবলৈ বহে, প্ৰতিবাৰেই একোটা নতুন কলম ব্যৱহাৰ কৰে?

উত্তৰ : আলেকজেণ্ডাৰ ডুমা।

৩৩) প্ৰশ্ন : কোনজন কবিয়ে প্ৰত্যেকটো কবিতা লেখাৰ আগে আগে প্ৰতিবাৰ একোটাকৈ বগা চোলা পিন্ধি লৈছিল?

উত্তৰ : বিখ্যাত কবি শ্যেলী।

৩৪) প্ৰশ্ন : কেৰাটে শব্দৰ অৰ্থ কি?

উত্তৰ : খালী হাত (Empty hand)।

৩৫) প্ৰশ্ন : AIDC ৰোগটোৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : একোয়াৰ্ড ইমিউন ডেফিচিয়েন্সি চিন্ড্ৰম।

৩৬) প্ৰশ্ন : কোন মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি নিজৰ মূৰৰ টুপী খাই পেলাইছিল?

উত্তৰ : ১৯৫৯ চনত আমেৰিকাৰ শ্ৰম মন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি অনুসৰি বেকাৰ সমস্যাৰ সমাধান কৰিন নোৱাৰি নিজৰ টুপীটো খাই পেলাইছিল। অৱশ্যে টুপীটো আছিল কেকৰে নিৰ্মিত।

৩৭) প্ৰশ্ন : কোন নেতাৰ মৃত্যুৰ আগতেই তেওঁৰ মৃত্যু সংবাদ লোকসভাত ঘোষণা কৰা হৈছিল?

উত্তৰ : লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ।

৩৮) প্ৰশ্ন : কোন প্ৰাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি?

উত্তৰ : শামুকৰ। ১৪,১৭৫ টা দাঁত ১৩৫ টা পাৰীত সজোৱা থাকে।

 

উৎস : কাৰেণ্ট G.K. আৰু অসম কুইজ।

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate