১ জানুৱাৰী : জনতাৰ দিন, নৱবৰ্ষ প্ৰথম দিন।
৮ জানুৱাৰী : আফ্ৰিকান নেচনেল কংগ্ৰেছ প্ৰতিষ্ঠা দিৱস।
৯ জানুৱাৰী : প্ৰবাসী ভাৰতীয় দিৱস।
১০ জানুৱাৰী : বিশ্ব হাস্য দিৱস।
১১ আনুৱাৰী : লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।
১২ জানুৱাৰী : বিবেকামমদ জয়ন্তী, ৰাষ্ট্ৰীয় যুৱ দিৱস।
১৪ জানুৱাৰী : প্ৰেমৰ দিন।
১৫ জানুৱাৰী : সেনা দিৱস।
১৭ জানুৱাৰী : শিল্পী দিৱস।
২১ জানুৱাৰী : মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস, আন্তকাৰ্তিক মাতৃভাষা দিৱস।
২৩ জানুৱাৰী : নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস।
২৫ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, হিমাচল প্ৰদেশ দিৱস, ৰাষ্ট্ৰীয় ভোটাৰ দিন,
আন্তজাৰ্তিক শুক্ল কৰ দিৱস।
২৬ জানুৱাৰী : ভাৰতৰ গণতন্ত্ৰ দিৱস, আন্তজাৰ্তিক শুক্ল কৰ দিৱস।
৩০ জানুৱাৰী : শ্বহীদ দিৱস, কুষ্ঠ নিবাৰণ দিৱস, সৰ্বোদয় দিৱস।
২ ফেব্ৰুৱাৰী : বিশ্ব জলাশয় দিৱস, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় দিৱস।
ফেব্ৰুৱাৰী ২য় দেওবাৰ : বিশ্ব বিবাহ দিৱস।
৫ ফেব্ৰুৱাৰী : কাশ্মীৰ দিৱস (পাকিস্তানৰ উদ্যোগত)।
৮ ফেব্ৰুৱাৰী : বিদ্যাৰ্থী দিৱস।
১৩ ফেব্ৰুৱাৰী : সৰোজনী নাইডু জন্ম দিৱস।
১৪ ফেব্ৰুৱাৰী : ভেলেণ্টাইন ডে’।
২০ ফেব্ৰুৱাৰী : অৰুণাচল আৰি মিজোৰাম দিৱস।
২২ ফেব্ৰুৱাৰী : চিন্তন দিৱস।
২৪ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় আবকাৰী দিৱস।
২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
৩ মাৰ্চ : ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস।
৪ মাৰ্চ : ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।
৮ মাৰ্চ : আজান পীৰ দিৱস, আন্তৰ্জাতিক নাৰী দিৱস।
৯ মাৰ্চ : চি আই এছ এফ ৰাইজিং ডে’।
১২ মাৰ্চ : বিশ্ব বৃক্ক দিৱস।
১৫ মাৰ্চ : বিশ্ব প্ৰতিবন্ধী দিৱস, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।
১৬ মাৰ্চ : ৰাষ্ট্ৰীয় ছিটা দিৱস।
২১ মাৰ্চ : বিশ্ব বন দিৱস, বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস।
২২ মাৰ্চ : বিশ্ব জল দিৱস, বনৌষধি উদ্ভিদ দিৱস।
২৩ মাৰ্চ : বিশ্ব বতৰ বিজ্ঞান দিৱস।
২৪ মাৰ্চ : বিশ্ব যক্ষ্মা দিৱস।
২৬ মাৰ্চ : বাংলাদেশ মুক্তি দিৱস।
২৭ মাৰ্চ : বিশ্ব থিয়েটাৰ দিৱস।
১ এপ্ৰিল : এপ্ৰিল ফুল ডে’, উৰিষ্যা দিৱস।
৪ এপ্ৰিল : আন্তৰ্জাতিক খনি সজাগতা দিৱস।
৫ এপ্ৰিল : ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস, সমতা দিৱস।
৭ এপ্ৰিল : আলফাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব স্বাস্থ্য দিৱস।
১৩ এপ্ৰিল : জালিৱানৱালাবাগ দিৱস।
১৪ এপিল : অগ্নিসেৱা দিৱস, আম্বেদকাৰ জয়ন্তী।
১৫ এপ্ৰিল : আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
১৭ এপ্ৰিল : বিশ্ব হোমাফিলিয়া দিৱস।
১৮ এপ্ৰিল : বিশ্ব ঐতিহ্য দিৱদ।
২২ এপ্ৰিল : ধৰিত্ৰী দিৱস।
২৩ এপ্ৰিল : বিশ্ব গ্ৰন্থ দিৱস, বিশ্ব কপি স্বত্ত্ব দিৱস।
২৪ এপ্ৰিল : মানৱ একতা দিৱস।
২৬ এপ্ৰিল : জনজাগৰণ দিৱস।
২৯ এপ্ৰিল : আন্তৰ্জাতিক নৃত্য দিৱস।
১ মে’ : মে’ দিৱস, আন্তৰ্জাতিক শ্ৰমিক দিৱস।
৩ মে’ : সংবাদ পত্ৰৰ স্বাধীনতা দিৱস, বিশ্ব এজমা দিৱস।
৮ মে’ : ৰেডক্ৰছ দিৱস।
৯ মে’ : বিশ্ব থেলাছ্মিয়া দিৱস।
১১ মে’ : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
১২ মে’ : বিশ্ব নাৰ্ছ দিৱস, বিশ্ব হাইপাৰটেনছব ডে’।
১৩ মে’ : ৰাষ্ট্ৰীয় সংহতি দিৱস।
১৫ মে’ : আন্তৰ্জাতিক পৰিয়াল দিৱস।
১৭ মে’ : আন্তৰ্জাতিক সমাজ দিৱস, বিশ্বৰ দূৰ সংযোগ দিৱস।
২৯ মে’ : ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস।
৩১ মে’ : বিশ্ব ধূমপান বিৰোধী দিৱস।
৪ জুন : আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস।
৫ জুন : বিশ্ব পৰিৱেশ দিৱস।
১২ জুন : বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।
১৪ জুন : বিশ্ব ৰক্তদাতা দিৱস।
১৮ জুন : বিশ্ব বনভোজ দিৱস।
২০ জুন : বিশ্ব শৰণাৰ্থী দিৱস, ৰাভা দিৱস।
২১ জুন : বিশ্ব সংগীত দিৱস।
২৬ জুন : বিশ্ব ড্ৰাগছ দিৱস।
১ জুলাই : চিকিৎসক দিৱস।
৭ জুলাই : আন্তৰ্জাতিক সমবায় দিৱস।
১০ জুলাই : ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস।
১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস।
১৪ জুলাই : সততাৰ দিন।
১৮ জুলাই : নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস।
২০ জুলাই : পঢ়ুৱৈ দিৱস।
৬ আগষ্ট : বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, হিৰোছিমা দিৱস।
৯ আগষ্ট : নাগাচাকি দিৱস, ভাৰত ত্যাগ আন্দোলন দিৱস।
১২ আগষ্ট : আন্তৰ্জাতিক যুৱ দিৱস, গ্ৰন্থাগাৰিক দিৱস।
১৫ আগষ্ট : ভাৰতৰ স্বাধীনতা দিৱস।
২০ আগষ্ট : সদ্ভাৱনা দিৱস।
২৩ আগষ্ট : ক্ৰীতদাস ব্যৱসায়ৰ বিলোপ সাধনৰ আন্তৰ্জাতিক দিৱস।
২৯ আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সংস্কৃত দিৱস।
২ ছেপ্তেম্বৰ : নাৰিকল দিৱস।
৫ ছেপ্তেম্বৰ : শিক্ষক দিৱস।
৮ ছেপ্তেম্বৰ : আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস, গণ সংগীতৰ দিন।
১৪ ছেপ্তেম্বৰ : হিন্দী দিৱস।
১৫ ছেপ্তেম্বৰ : অভিযন্তা দিৱস, সঞ্চয়িকা দিৱস, শিক্ষা-সাংবাদিকতাৰ দিন।
১৬ ছেপ্তেম্বৰ : অ’জন স্তৰ সংৰক্ষণ দিৱস।
২১ ছেপ্তেম্বৰ : এলজাইমাৰছ দিৱস, ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস।
২৬ ছেপ্তেম্বৰ : বিশ্ব বধিৰ দিৱস।
২৭ ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱস।
১ অক্টোবৰ : বিশ্ব বৃদ্ধ দিৱস, বিশ্ব সংগীত দিৱস।
২ অক্টোবৰ : গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস।
৩ অক্টোবৰ : বিশ্ব আবাস দিৱস, বিশ্ব প্ৰকৃতি দিৱস।
৪ অক্টোবৰ : বিশ্ব পশু কল্যাণ দিৱস।
৮ অক্টোবৰ : ভাৰতীয় বায়ুসেনা দিৱস।
৯ অক্টোবৰ : বিশ্ব ডাকঘৰ দিৱস।
১০ অক্টোবৰ : বিশ্ব ডাক দিৱস।
১৩ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস।
১৪ অক্টোবৰ : বিশ্বমান দিৱস।
১৬ অক্টোবৰ : বিশ্ব খাদ্য দিৱস।
১৭ অক্টোবৰ : অসম ক্ৰীড়া দিৱস।
২০ অক্টোবৰ : ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব পৰিসংখ্যা দিৱস।
২৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস, বিচব উন্নয়ন বাৰ্তা দিৱস।
২৫ অক্টোবৰ : বিশ্ব শন্তি দিৱস।
২৯ অক্টোবৰ : বিশ্ব ষ্ট্ৰোক দিৱস।
৩০ অক্টোবৰ : বিশ্ব মিতব্যয়িতা দিৱস।
৩১ অক্টোবৰ : ৰাষ্ট্ৰীয় সংহতি দিৱস।
৯ নৱেম্বৰ : আইন সেৱা দিৱস।
১০ নৱেম্বৰ : বিশ্ব বিজ্ঞান দিৱস।
১৪ নৱেম্বৰ : শিশু দিৱস, বহুমূত্ৰ দিৱস।
১৬ নৱেম্বৰ : আন্তৰ্জাতিক সহিষ্ণুতা দিৱস, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, বড়ো সাহিত্য
সভাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব খাদ্য দিৱস।
১৭ নৱেম্বৰ : বাট-পথত ক্ষতিগ্ৰস্ত হোৱা সকলৰ বিশ্ব স্মৰণ দিৱস।
১৯ নৱেম্বৰ : কৌমি একতা দিৱস, নাগৰিক দিৱস, সংহতি দিৱস।
২০ নৱেম্বৰ : বিশ্ব শিশু অধিকাৰ দিৱস, সংখ্যালঘু কল্যাণ দিৱস।
২১ নৱেম্বৰ : বিশ্ব টেলিভিছন দিৱস।
২৫ নৱেম্বৰ : আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস।
২৬ নৱেম্বৰ : আইন দিৱস।
১ ডিচেম্বৰ : বিশ্ব এইডছ্ দিৱস।
২ ডিচেম্বৰ : কম্পিউটাৰ স্বাক্ষৰতা দিৱস, প্ৰদূষণ বিৰোধী দিৱস, সীমান্ত
নিৰাপত্তা বাহিনী দিৱস।
৩ ডিচেম্বৰ : বিশ্ব প্ৰতিবন্ধী দিৱস।
৪ ডিচেম্বৰ : নৌ সেনা দিৱস।
৫ ডিচেম্বৰ : আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস।
৭ ডিচেম্বৰ : আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস, শস্য দিৱস,
সেনাবাহিনী পতাকা দিৱস।
৯ ডিচেম্বৰ : আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।
১০ ডিচেম্বৰ : মানৱ অধিকাৰ দিৱস, শ্বহীদ দিৱস (অসমত পালন কৰা হয়)।
১১ ডিচেম্বৰ : আন্তৰ্জাতিক গিৰি দিৱস।
১৪ ডিচেম্বৰ : পতাকা দিৱস।
১৮ ডিচেম্বৰ : আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, দলিত অধিকাৰ দিৱস।
২৩ ডিচেম্বৰ : কৃষক দিৱস।
২৬ ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
লেখক: প্ৰতিভা দেৱী, উৎস : কুইজ মঞ্চ
শেহতীয়া উন্নীতকৰণ: : 6/26/2020
“আন্তৰ্জাতিক মাতৃভাষা দিৱস”ৰ প্ৰয়োজনীয়তাৰ বিষয়ে
চ্যুকাফা দিৱস বা অসম দিৱস
অসমৰ কেইটামান বিশেষ উদ্যোগ-প্ৰতিষ্ঠান আৰু ঠাই
বিশ্ব স্বাস্থ্য দিৱসৰ চিন্তা: ডায়েবেটিছ ৰোগক হৰুৱা...