অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন দেশৰ সংসদ

বিভিন্ন দেশৰ সংসদ

দেশ

সংসদ

অষ্ট্ৰিয়া

নেচনেল এছেমব্লি

অষ্ট্ৰেলিয়া

ফেডাৰেল পাৰ্লিয়ামেণ্ট

আজেৰবাইজান

মিল্লি মজলিছ

আফগানিস্তান

চোৰা

আলবেনিয়া

পিপলছ এছেমব্লি

আলজেৰিয়া

নেচনেল পিপলছ এছেমব্লি

আৰ্জেণ্টিনা

কংগ্ৰেছ’ নেচিঅ’নেল (ছিনেট, চেম্বাৰ অব্‌ ডেপুটিজ)

আৰ্মেনিয়া

ছুপ্ৰিম ছোভিয়েট

ইজিপ্ট

মজলিছ অলছাব

আইচলেণ্ড

এলথিং

আয়াৰলেণ্ড

অৰিয়াকটাছ

ইউক্ৰেইন

ছিপ্ৰিম কাউন্সিল

ইজৰাইল

নেছেট

ইকুৱেটৰিয়েল গিনি

হাউছ অব্‌ পিপলছ ৰিপ্ৰেজেনটেটিভছ

ইথিওপিয়া

কাউন্সিল অব্‌ ৰিপ্ৰেজেনটেটিভছ

ইৰাক

নেচনেল এছমব্লি

ইৰাণ

মজলিছ

ইন্দোনেছিয়া

হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভছ

আমেৰিকা যুক্তৰাষ্ট্ৰ

কংগ্ৰেছ (ছিনেট, হাউছ অব্‌ ৰিপ্ৰেজেনেটেটিভছ)

কলম্বিয়া

কংগ্ৰেছ

কম্বোডিয়া

নেচনেল এছেমব্লি

কানাডা

পাৰ্লিয়ামেণ্ট (হাউছ অব্‌ কমন্স, ছিনেট)

উজবেকিস্তান

ছুপ্ৰিম ছোভিয়েট

উত্তৰ কোৰিয়া

ছুপ্ৰিম পিপলছ এছেমব্লি

উৰুগুৱে

জেনেৰেল এছেমব্লি

কুৱেইট

নেচনেল এছেমব্লি

কেনিয়া

নেচনেল এছেমব্লি

কিউবা

নেচনেল এছেমব্লি অব্‌ দি পিপ্‌লছ পাৱাৰ

ছিৰিয়া

পিপ্‌লছ কাউন্সিল

ছুইডেন

পিক্সডাগ

ছুইজাৰলেণ্ড

ফেডাৰেল এছেমব্লি

ছুডান

নেচনেল এছেমব্লি

ছেনেগাল

নেচনেল এছেমব্লি

ছোমালিয়া

পিপলছ এছেমব্লি

ছুৰিনাম

নেচনেল এছেমব্লি

জাম্বিয়া

নেচনেল এছেমব্লি

জাৰ্মানী

বান্দেষ্টেগ, বুন্দোস্ত্ৰাট

এণ্টিগুৱা আৰু বাৰবুডা

হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভছ

এষ্টোনিয়া

ছুপ্ৰিম কাউন্সিল

এংগোলা

এছেমব্লিয়া দো পোভো

কংগো

নেছনেল এছেমব্লি

কিৰগিজস্তান

ছুপ্ৰিম ছোভিয়েট

কোষ্টাৰিকা

ল্লেজিছলেটিভ এছেমব্লি

কিৰিবাটি

হাউছ অব্‌ এছেমব্লি

কেমেৰুন

নেচনেল এছেমব্লি

কোমোৰোছ

ফেডাৰেল এছেমব্লি

তুৰস্ক

গ্ৰেণ্ড নেচনেল কাউন্সিল

টিউনিছিয়া

চেম্বাৰ অব্‌ ডেপুটিজ

ডেনমাৰ্ক

কোকেটিং

নৰৱে

ষ্ট’ৰ্টিং

নিউজিলেণ্ড

হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভ বা পাৰ্লিয়ামেণ্ট

নেদাৰলেণ্ডছ

ষ্টেটছ জেনেৰেল (ফাৰ্ষ্ট চেম্বাৰ, ছেকেণ্ড চেম্বাৰ)

নেপাল

নেচনেল পঞ্চায়ত

পোলেণ্ড

নেচনেল এছেমব্লি (ছিনেট, ছেজম)

পাপুৱা নিউগিনি

নেচনেল এছেমব্লি

ফ্ৰান্স

পাৰ্লিয়ামেণ্ট

বলিভিয়া

নেচনেল কংগ্ৰেছ

বাহামা

জেনেৰেল এছেমব্লি

ব্ৰিটিছ যুক্তৰাষ্ট্ৰ

পাৰ্লিয়ামেণ্ট (হাউছ অব্‌ কমনছ আৰু হাউছ অব্‌ লৰ্ডছ)

বুলগেৰিয়া

নেচনেল এছেমব্লি

ব্ৰাজিল

নেচনেল কংগ্ৰেছ

ভূটান

শ্বুকডো

মংগোলিয়া

ষ্টেট গ্ৰেট হুৰাল

মালদ্বীপ

মজলিছ

মালয়েছিয়া

পৰ্লিয়ামেণ্ট (দিওৱান বাকিয়াত, দিওৱান নেগাৰা)

মাডাগাস্কাৰ

নেচনেল পিপ্‌লছ এছেমব্লি

ম্যানমাৰ (পূৰ্বৰ ব্ৰহ্মদেশ)

পিপ্‌লছ এছেমব্লি (বৰ্তমান ভংগ)

মজাম্বিক

এছেমব্লি অব্‌ দা ৰিপাব্লিক

ৰাছিয়া

ফেডাৰেল এছেমব্লি

ৰোমানিয়া

গ্ৰেণ্ড নেচনেল এছেমব্লি

লাওছ

নেছনেল এছেমব্লি

লিবিয়া

জেনেৰেল পিপ্‌লছ কংগ্ৰেছ

হাংগেৰী

নেচনেল এছেমব্লি

স্পেইন

কোৰ্টছ জেনেৰেল

ভেনিজুৱেলা

নেচনেল কংগ্ৰেছ

ভিয়েটনাম

নেচনেল এছেমব্লি

গিনি-বিছাও

নেচনেল এছমব্লি

গুৱাটেমালা

নেচনেল কংগ্ৰেছ অব্‌ দি ৰিপাব্লিক

গেবন

নেচনেল এছেমব্লি

জিম্বাবুৱে

পাৰ্লিয়ামেণ্ট

টাইৱান

ইউৱান

থাইলেণ্ড

ৰথছথ

পৰ্টুগাল

এছেমব্লি অব্‌ দি ৰিপাব্লিক

পাকিস্তান

পাৰ্লিয়ামেণ্ট

শ্ৰীলংকা

পাৰ্লিয়ামেণ্ট

দক্ষিণ কোৰিয়া

নেচনেল এছেমব্লি

জাপান

ডায়েট

দক্ষিণ আফ্ৰিকা

হাউছ অব্‌ এছেমব্লি

কেপ ভাৰ্দে

পিপলছ নেচনেল এছেমব্লি

চীন

নেচনেল পিপলছ কংগ্ৰেছ

গ্ৰীছ

গ্ৰীক চেম্বাৰ অব্‌ ডেপুটিজ

গ্ৰেনাডা

চেম্বাৰ অব্‌ ৰিপ্ৰেজেনটেটিভ

হাইটি

চেম্বাৰ অব্‌ ডেপুটিজ

ভাৰত

সংসদ (লোকসভা, ৰাজ্য সভা)

বাংলাদেশ

জাতীয় সংসদ

লিথুৱানিয়া

ছিমা

ছেয়চেলেছ

পিপলছ এছেমব্লি

 

নদীৰ পাৰত অৱস্থিত বিভিন্ন চহৰ

চহৰ

নদী

দেশ

আলেকজেন্দ্ৰিয়া

নীল

সংযুক্ত আৰব গণৰাজ্য

আমষ্টাৰডাম

আমছেল

নেদাৰলেণ্ড

বাগদাদ

টাইগ্ৰীছ

ইৰাক

বেংকক

মেনাম

থাইলেণ্ড

বেলগ্ৰেড

ডানিয়ুব

যুগোশ্লাভিয়া

বাৰ্লিন

স্প্ৰী

জাৰ্মানী

বন

ৰাইন

জাৰ্মানী

বুডাপেষ্ট

ডানিয়ুব

হাংগেৰী

কাইৰো

নীল

ইজিপ্ট

গ্লাছগো

ক্লাইড

স্কটলেণ্ড

হামবাৰ্গ

এলবি

জাৰ্মানী

কৰাচি

সিন্ধু

পাকিস্তান

লাহোৰ

ৰবি

পাকিস্তান

লণ্ডন

টেমছ

ইংলেণ্ড

মণ্ট্ৰিয়েল

অটোৱা

কানাডা

মস্কো

মস্কাৱা

ৰাছিয়া

নিউয়ৰ্ক

হাডছন

আমেৰিকা যুক্তৰাষ্ট্ৰ

পেৰিছ

ছিয়েন

ফ্ৰান্স

কিউবেক

ছেণ্ট লৰেন্স

কানাডা

ইয়াংগোন (ৰেংগুন)

ইৰাৱতী

ম্যামাৰ

ৰোম

টাইবাৰ

ইটালী

টকিঅ’

ছুমিডা

জাপান

ভিয়েনা

ডানিয়ুব

অষ্ট্ৰিয়া

ৱাৰ্শ্ব’

ভিষ্টুলা

পোলেণ্ড

ৱাশ্বিংটন

পটোমেক

আমেৰিকা যুক্তৰাষ্ট্ৰ

 

বিভিন্ন ঠাইৰ পুৰণি আৰু নতুন নাম

 

পুৰণি নাম

নতুন নাম

আংগোৰা

আংকাৰা

এবছিনিয়া

ইথিওপিয়া

বাটাভিয়া

জাকাৰ্টা

ব্ৰিটিছ গিয়েনা

গিয়েনা

বেচুৱানালেণ্ড

বোৎছোৱানা

ব্ৰহ্মদেশ

ম্যানমাৰ

ডাচ ইষ্ট ইণ্ডিজ

ইন্দোনেছিয়া

ডাচ গিয়েনা

ছুৰিনাম

ফৰমোছা

টাইৱান

গোল্ড কোষ্ট

ঘানা

হলেণ্ড

নেদাৰলেণ্ড

জাপান

নিপ্পন

সিংহল

শ্ৰীলংকা

মাডাগাস্কাৰ

মালাগাছি

খ্ৰীষ্টিনা

অছলো

মালয়

মালয়েছিয়া

লেনিনগ্ৰাড

ছেণ্ট পিটাৰ্ছবাৰ্গ

মাঞ্চুকু

মাঞ্চুৰিয়া

মেছোপটেমিয়া

ইৰাক

দক্ষিণ-পশ্চিম আফ্ৰিকা

নামিবিয়া

উত্তৰ ৰোডেছিয়া

জাম্বিয়া

টাংগানাইকা আৰু জাঞ্জিবাৰ

টাঞ্জানিয়া

কনষ্টাণ্টিনোপোল

ইষ্টানবুল

কাম্পুছিয়া, থেমৰ

কম্বোডিয়া

পিকিং

বেইজিং

আইৰিছ ফ্ৰি ষ্টেট

আয়াৰলেণ্ড

কলিকতা

কলকাতা

আপাৰ পেৰু

বলিভিয়া

পাৰস্য

ইৰাণ

ছাইগন

হো-চি-মিন চিটি

ৰেংগুন

ইয়াংগোন

মিছৰ

ইজিপ্ট

দক্ষিণ ৰোডেছিয়া

জিম্বাবুৱে

বেথাৰ্ষ্ট (গাম্বিয়াৰ ৰাজধানী)

বানজুল

ছেলিছবাৰী

হাৰাৰে

লানঝং (লক্ষ হাতীৰ দেশ)

লাওছ

শ্যাম দেশ

থাইলেণ্ড

ব্ৰিটিছ হণ্ডুৰাছ

বেলিজ

ডেহোমি

বেনিন

অপোৰ ভোল্টা

বাৰকিনা ফাছো

জাইৰে

কংগো

দক্ষিণ ৰোডেছিয়া

জিম্বাবুৱে

 

    বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক

দেশ

প্ৰতীক

অষ্ট্ৰেলিয়া

কেংগেৰু

জাপান

ক্ৰিছেন থেমাম

বাংলাদেশ

ভেটঁফুল

লাক্সেমবাৰ্গ

মুকুটসহ এটি সিংহ

বেলজিয়াম

সিংহ

নৰৱে

সিংহ

কানাডা

ভেঁটফুল

স্পেইন

ঈগল

ফ্ৰান্স

ভেঁটফুল

শ্ৰীলংকা

সিংহ

ভাৰত

অশোক স্তম্ভ

ব্ৰিটিছ যুক্তৰাষ্ট্ৰ

গোলাপ

ইৰান

গোলাপ

আমেৰিকা যুক্তৰাষ্ট্ৰ

সোণালী দণ্ড

আয়াৰলেণ্ড

শামৰক পাত

জাৰ্মানী

গোমধানৰফুল

ইটালী

বগা ভেঁট

ছিয়েৰা লিঅ’ল

সিংহ

আইভৰী কোষ্ট

হাতী

ছিৰিয়া

ঈগল

লেবানন

কেডাৰ গছ

পাকিস্তান

কাঁচিজোন

নেদাৰলেণ্ড

সিংহ

তুৰস্ক

কাঁচিজোন আৰু তৰা

 

পৃথিৱীৰ প্ৰথম

দক্ষিণ মেৰুত পদাৰ্পণ কৰা ব্যক্তি

আমুনডছন

এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি

টেনজিং নৰ্গে (ভাৰত), এডমাণ্ড হিলাৰী (নিউজিলেণ্ড)

দুবাৰ এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি

নাৱাং গম্বু

চাৰিবাৰ এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি

ছেৰপা ছাংগু (নেপাল)

প্ৰথম টেষ্ট টিউব শিশু

লুইছ জয় ব্ৰাউন

মহাকাশ যাত্ৰী

ইউৰি গাগাৰিন (ছিভিয়েট ৰাছিয়া)

মহাকাশত খোজ কঢ়া ব্যক্তি

এলেক্সি লিঅ’নাভ (ছোভিয়েট ৰাছিয়া)

চন্দ্ৰপৃষ্ঠত খোজ দিয়া ব্যক্তি

নীল আমষ্ট্ৰং (আমেৰিকা)

পৃথিৱী ভ্ৰমণকাৰী

ফাৰ্ডিনাণ্ড মেগালান

এভাৰেষ্ট বিজয়ী মহিলা

জানক’ টীবেই (জাপান, ১৬ মে’, ১৯৭৫)

জিব্ৰাল্টাৰ প্ৰণালী অতিক্ৰম কৰা মহিলা

আৰতি সাহা (ভাৰত)

মহিলা মহাকাশ যাত্ৰী

ভেলেণ্টিনা ভলাডিমিৰ’ভনা টেৰেছকোভা (ছোভিয়েট ৰাছিয়া)

মহিলা ৰাষ্ট্ৰপতি

মেৰিয়া এছ্‌টেলা পাৰছন (আৰ্জেণ্টিনা)

মহিলা প্ৰধান মন্ত্ৰী

ছিৰিমাভো বন্দৰনায়ক (শ্ৰীলংকা)

 

ধৰ্ম অনুযায়ী পৃথিৱীৰ জনসংখ্যা (২০০৮)

ধৰ্ম

জনসংখ্যা (,০০০)

খ্ৰীষ্টান

২১,৯৯,৮১৭

ৰোমান কেথলিক

১১,২১,৫১৬

প্ৰ’টেষ্টাণ্ট

৩,৮১,৮১১

অৰ্থড’ক্স

২,৩৩,১৪৬

এংলিকেন

৮২,৫১৬

মুছলমান

১৩,৮৭,৪৫৪

হিন্দু

৮,৭৫,৭২৬

ধৰ্মহীন

৭,৭৬,৮২৬

চীনা লোকধৰ্মাৱলম্বী

৩,৮৫,৬২১

বৌদ্ধ

৩,৮৫,৬০৯

জনজাতীয় ধৰ্মাৱলম্বী

২,৬৬,৪০৫

নাস্তিক

১,৫৩,৪৬৫

নতুন ধৰ্মাৱলম্বী

১,০৬,৫৩৩

শিখ

২২,৯২৭

ইহুদী

১৪,৯৫৬

বাহাই

৭,৬৯৭

কনফুছিয়ানছ

৬,৪৪৪

জৈন

৫,২৬৪

জোৰষ্টাৰ

১,৮০৮

অন্যান্য

১,২০৫

 

পৃথিৱীৰ বিভিন্ন দেশৰ উল্লেখযোগ্য দিৱস

তাৰিখ

দেশ

উপলক্ষ

১ জানুৱাৰী

কিউবা

মুক্তি দিৱস

১ জানুৱাৰী

পেলেষ্টাইন

বিপ্লৱ দিৱস

১ জানুৱাৰী

ছুডান

স্বাধীনতা দিৱস

৪ জানুৱাৰী

ম্যানমাৰ

স্বাধীনতা দিৱস

১৫ জানুৱাৰী

ক্ৰোৱেচিয়া

ৰাষ্ট্ৰীয় দিৱস

২৬ জানুৱাৰী

অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়া দিৱস

২৬ জানুৱাৰী

ভাৰত

গণতন্ত্ৰ দিৱস

৩১ জানুৱাৰী

নাওৰু

স্বাধীনতা দিৱস

৪ ফেব্ৰুৱাৰী

শ্ৰীলংকা

স্বাধীনতা দিৱস

৭ ফেব্ৰুৱাৰী

গ্ৰেনেডা

স্বাধীনতা দিৱস

১৬ ফেব্ৰুৱাৰী

লিথুৱানিয়া

ৰাষ্ট্ৰীয় দিৱস

১৮ ফেব্ৰুৱাৰী

গাম্বিয়া

স্বাধীনতা দিৱস

২৩ ফেব্ৰুৱাৰী

ব্ৰুনেই

ৰাষ্ট্ৰীয় দিৱস

২৩ ফেব্ৰুৱাৰী

গিয়েনা

গণতন্ত্ৰ দিৱস

২৪ ফেব্ৰুৱাৰী

এষ্টোনিয়া

ৰাষ্ট্ৰীয় দিৱস

২৫ ফেব্ৰুৱাৰী

কুৱেইট

ৰাষ্ট্ৰীয় দিৱস

১ মাৰ্চ

বছনিয়া-হাৰজেগোৱিনা

স্বাধীনতা দিৱস

৩ মাৰ্চ

মৰক্কো

ৰাষ্ট্ৰীয় দিৱস

৩ মাৰ্চ

বুলগেৰিয়া

স্বাধীনতা দিৱস

৬ মাৰ্চ

ঘানা

স্বাধীনতা দিৱস

১২ মাৰ্চ

মৰিচাছ

স্বাধীনতা দিৱস

১২ মাৰ্চ

গেবন

ৰাষ্ট্ৰীয় দিৱস

১৫ মাৰ্চ

ইটালী (ভাৰতত পলিন কৰা হয়)

ৰাষ্ট্ৰীয় দিৱস

২০ মাৰ্চ

টিউনিছিয়া

ৰাষ্ট্ৰীয় দিৱস

২১ মাৰ্চ

নামিবিয়া

স্বাধীনতা দিৱস

২৩ মাৰ্চ

পাকিস্তান

পাকিস্তান দিৱস

২৫ মাৰ্চ

গ্ৰীচ

স্বাধীনতা দিৱস

২৬ মাৰ্চ

বাংলাদেশ

স্বাধীনতা দিৱস

১ এপ্ৰিল

ইৰান

ৰাষ্ট্ৰীয় দিৱস

৩ এপ্ৰিল

গিনি

ৰাষ্ট্ৰীয় দিৱস

৪ এপ্ৰিল

ছেনেগাল

ৰাষ্ট্ৰীয় দিৱস

১৬ এপ্ৰিল

ডেনমাৰ্ক

ৰাষ্ট্ৰীয় দিৱস (ৰাণীৰ জন্ম দিন)

১৭ এপ্ৰিল

ছিৰিয়া

ৰাষ্ট্ৰীয় দিৱস

১৮ এপ্ৰিল

জিম্বাবুৱে

স্বাধীনতা দিৱস

২৬ এপ্ৰিল

টাঞ্জানিয়া

ঐক্য দিৱস

২৭ এপ্ৰিল

দক্ষিণ আফ্ৰিকা / টোগো

স্বাধীনতা দিৱস

২৮ এপ্ৰিল

আফগানিস্তান

ৰাষ্ট্ৰীয় দিৱস

৫ মে’

নেদাৰলেণ্ড

ৰাষ্ট্ৰীয় দিৱস

৯ মে’

চেক প্ৰজাতন্ত্ৰ

ৰাষ্ট্ৰীয় দিৱস

১৪ মে’

পাৰাগুৱে / ইজৰাইল

স্বাধীনতা দিৱস

২০ মে’

পূব টিমোৰ

স্বাধীনতা দিৱস

২০ মে’

কেমেৰুন

ৰাষ্ট্ৰীয় দিৱস

২২ মে’

য়েমেন

ৰাষ্ট্ৰীয় দিৱস

২৪ মে’

এৰিট্ৰিয়া

স্বাধীনতা দিৱস

২৫ মে’

আজেৰ্ণ্টিনা

স্বাধীনতা দিৱস

২৮ মে’

আজেৰবাইজান

স্বাধীনতা দিৱস

২৮ মে’

ইথিওপিয়া

ৰাষ্ট্ৰীয় দিৱস

১ জুন

পশ্চিম ছাহাৰা / ছামোৱা

ৰাষ্ট্ৰীয় দিৱস

২ জুন

ইটালী

ৰাষ্ট্ৰীয় দিৱস

৩ জুন

মণ্টেনিগ্ৰো

স্বাধীনতা দিৱস

৪ জুন

টোংগো

স্বাধীনতা দিৱস

৫ জুন

ছিচিলি / ছাৰ্বিয়া

মুক্তি দিৱস / স্বাধীনতা দিৱস

৬ জুন

ছুইডেন

ৰাষ্ট্ৰীয় দিৱস

১০ জুন

পৰ্টুগাল

পৰ্টুগাল দিৱস

১২ জুন

ফিলিপাইন

স্বাধীনতা দিৱস

১২ জুন

ৰাছিয়া

স্বাধীনতা দিৱস

১৭ জুন

আইচলেণ্ড

ৰাষ্ট্ৰীয় দিৱস

২৩ জুন

লাক্সেমবাৰ্গ

ৰাষ্ট্ৰীয় দিৱস

২৫ জুন

মোজাম্বিক

স্বাধীনতা দিৱস

২৭ জুন

জিবুটি

স্বাধীনতা দিৱস

১ জুলাই

ছোমালিয়া

ৰাষ্ট্ৰীয় দিৱস

১ জুলাই

ৰুৱাণ্ডা

স্বাধীনতা দিৱস

৪ জুলাই

আমেৰিকা যুক্তৰাষ্ট্ৰ

স্বাধীনতা দিৱস

৫ জুলাই

ভেনিজুৱেলা

ৰাষ্ট্ৰীয় দিৱস

৫ জুলাই

কেপ ভাৰ্দে

স্বাধীনতা দিৱস

৬ জুলাই

কোমোৰোছ

স্বাধীনতা দিৱস

১০ জুলাই

বাহামা

ৰাষ্ট্ৰীয় দিৱস

১১ জুলাই

মংগোলিয়

ৰাষ্ট্ৰীয় দিৱস

১২ জুলাই

কিৰিবাটি

ৰাষ্ট্ৰীয় দিৱস

১৪ জুলাই

ফ্ৰান্স

ৰাষ্ট্ৰীয় দিৱস

১৭ জুলাই

ইৰাক

ৰাষ্ট্ৰীয় দিৱস

২০ জুলাই

কলম্বিয়া

স্বাধীনতা দিৱস

২১ জুলাই

বেলজিয়াম

ৰাষ্ট্ৰীয় দিৱস

২৩ জুলাই

ইজিপ্ট

ৰাষ্ট্ৰীয় দিৱস

২৬ জুলাই

মালদ্বীপ

স্বাধীনতা দিৱস

২৮ জুলাই

পেৰু

স্বাধীনতা দিৱস

১ আগষ্ট

বেনিন / ছুইজাৰলেণ্ড

ৰাষ্ট্ৰীয় দিৱস

৬ আগষ্ট

বলিভিয়া

স্বাধীনতা দিৱস

৯ আগষ্ট

ছিংগাপুৰ

ৰাষ্ট্ৰীয় দিৱস

১০ আগষ্ট

ইকুৱেডৰ

স্বাধীনতা দিৱস

১১ আগষ্ট

চাদ

স্বাধীনতা দিৱস

১৪ আগষ্ট

পাকিস্তান

স্বাধীনতা দিৱস

১৫ আগষ্ট

ভাৰত

স্বাধীনতা দিৱস

১৫ আগষ্ট

দক্ষিণ কোৰিয়া

স্বাধীনতা দিৱস

১৭ আগষ্ট

ইণ্ডোনেছিয়া

স্বাধীনতা দিৱস

১৯ আগষ্ট

আফগানিস্তান

স্বাধীনতা দিৱস

২০ আগষ্ট

হাংগেৰী

ৰাষ্ট্ৰীয় দিৱস

২৪ আগষ্ট

ইউক্ৰেইন

স্বাধীনতা দিৱস

২৫ আগষ্ট

উৰুগুৱে

স্বাধীনতা দিৱস

২৯ আগষ্ট

শ্লোভাকিয়া

ৰাষ্ট্ৰীয় দিৱস

৩১ আগষ্ট

কিৰগিস্তান / ট্ৰিনিদাদ আৰু টোবাগো

স্বাধীনতা দিৱস

৩১ আগষ্ট

মালয়েছিয়া

ৰাষ্ট্ৰীয় দিৱস

১ ছেপ্টেম্বৰ

উজবেকিস্তান

স্বাধীনতা দিৱস

২ ছেপ্টেম্বৰ

ভিয়েটনাম

ৰাষ্ট্ৰীয় দিৱস

৩ ছেপ্টেম্বৰ

কাটাৰ / ছান মেৰিয়া

ৰাষ্ট্ৰীয় দিৱস

৭ ছেপ্টেম্বৰ

ব্ৰাজিল

স্বাধীনতা দিৱস

৮ ছেপ্টেম্বৰ

এণ্ডোৰা

ৰাষ্ট্ৰীয় দিৱস

৯ ছেপ্টেম্বৰ

টাজিকিস্তান / উত্তৰ কোৰিয়া

ৰাষ্ট্ৰীয় দিৱস

১০ ছেপ্টেম্বৰ

গিনি-বিছাও

স্বাধীনতা দিৱস

১৫ ছেপ্টেম্বৰ

এল ছালৰাদোৰ / কোষ্টাৰিকা / নিকাৰাগুৱা / গুৱাটেমালা

স্বাধীনতা দিৱস

১৬ ছেপ্টেম্বৰ

মেক্সিকো / পাপুৱা নিউগিনি

স্বাধীনতা দিৱস

১৮ ছেপ্টেম্বৰ

চিলি

স্বাধীনতা দিৱস

২১ ছেপ্টেম্বৰ

আৰ্মেনিয়া

ৰাষ্ট্ৰীয় দিৱস

২৩ ছেপ্টেম্বৰ

ছৌডি আৰব

ৰাষ্ট্ৰীয় দিৱস

১ অক্টোবৰ

চাইপ্ৰাছ / তুভালু / নাইজেৰিয়া

স্বাধীনতা দিৱস

১ অক্টোবৰ

চীন

ৰাষ্ট্ৰীয় দিৱস

২ অক্টোবৰ

গিয়েনা

ৰাষ্ট্ৰীয় দিৱস

৩ অক্টোবৰ

জাৰ্মানী

ৰাষ্ট্ৰীয় দিৱস

৯ অক্টোবৰ

উগাণ্ডা

ৰাষ্ট্ৰীয় দিৱস

১০ অক্টোবৰ

টাইৱান

ৰাষ্ট্ৰীয় দিৱস

১০ অক্টোবৰ

ফিজি

স্বাধীনতা দিৱস

১২ অক্টোবৰ

স্পেইন

ৰাষ্ট্ৰীয় দিৱস, স্বাধীনতা দিৱস

১২ অক্টোবৰ

ইকুৱেটৰিয়েল গিনি

ৰাষ্ট্ৰীয় দিৱস, স্বাধীনতা দিৱস

২৪ অক্টোবৰ

জাম্বিয়া

স্বাধীনতা দিৱস

২৬ অক্টোবৰ

অষ্ট্ৰিয়া

ৰাষ্ট্ৰীয় দিৱস

২৭ অক্টোবৰ

তুৰ্কমেনিস্তান

স্বাধীনতা দিৱস

২৯ অক্টোবৰ

তুৰস্ক

গণতন্ত্ৰ দিৱস

৩ নৱেম্বৰ

ডোমিনিকা / পানামা

স্বাধীনতা দিৱস

৯ নৱেম্বৰ

কম্বোডিয়া

স্বাধীনতা দিৱস

১১ নৱেম্বৰ

এংগোলা

স্বাধীনতা দিৱস

১৫ নৱেম্বৰ

পেলেষ্টাইন

স্বাধীনতা দিৱস

১৮ নৱেম্বৰ

ওমান

ৰাষ্ট্ৰীয় দিৱস

২২ নৱেম্বৰ

লেবানন

স্বাধীনতা দিৱস

২৫ নৱেম্বৰ

ছুৰিনাম

স্বাধীনতা দিৱস

২৮ নৱেম্বৰ

আলবেনিয়া

স্বাধীনতা দিৱস

৩০ নৱেম্বৰ

বাৰবাডোজ

স্বাধীনতা দিৱস

১ ডিচেম্বৰ

ৰোমানিয়া / মধ্য আফ্ৰিকা গণৰাজ্য

ৰাষ্ট্ৰীয় দিৱস

২ ডিচেম্বৰ

সংযুক্ত আৰব গণৰাজ্য

ৰাষ্ট্ৰীয় দিৱস

৬ ডিচেম্বৰ

ফিনলেণ্ড

স্বাধীনতা দিৱস

৭ ডিচেম্বৰ

আইভৰি ক’ষ্ট

ৰাষ্ট্ৰীয় দিৱস

১২ ডিচেম্বৰ

কেনিয়া

ৰাষ্ট্ৰীয় দিৱস

১৬ ডিচেম্বৰ

বাহৰেইন / কাজাখাস্তান

স্বাধীনতা দিৱস

১৭ ডিচেম্বৰ

ভূটান

ৰাষ্ট্ৰীয় দিৱস

১৮ ডিচেম্বৰ

নাইজাৰ

গণতন্ত্ৰ দিৱস

২৩ ডিচেম্বৰ

জাপান

ৰাষ্ট্ৰীয় দিৱস (সম্ৰাটৰ জন্মদিন)

 

উল্লেখযোগ্য বৰ্ষ

ৰাষ্ট্ৰ সংঘৰ পৰ্যটন বৰ্ষ

১৯৬৭

ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ বৰ্ষ

১৯৬৮

ৰাষ্ট্ৰ সংঘৰ আন্তৰ্জাতিক শিক্ষা বৰ্ষ

১৯৭০

ৰাষ্ট্ৰ সংঘৰ বিশ্ব গ্ৰন্থ বৰ্ষ

১৯৭২

বিশ্ব জনসংখ্যা বৰ্ষ

১৯৭৪

আন্তৰ্জাতিক নাৰী বৰ্ষ

১৯৭৫

ৰাষ্ট্ৰ সংঘৰ বৰ্ণবৈষম্য বিৰোধী দিৱস

১৯৭৮

আন্তৰ্জাতিক শিশু বৰ্ষ

১৯৭৯

বিশ্ব প্ৰতিবন্ধী বৰ্ষ

১৯৮১

বিশ্ব যোগাযোগ বৰ্ষ

১৯৮৩

বিশ্ব যুৱ বৰ্ষ

১৯৮৫

বিশ্ব শান্তি বৰ্ষ

১৯৮৬

বিশ্ব গৃহহীনৰ বাবে আশ্ৰয় বৰ্ষ

১৯৮৭

বিশ্ব এইড্‌ছ বৰ্ষ

১৯৮৮

ছাৰ্কৰ ড্ৰাগছৰ ব্যৱহাৰ আৰু চোৰাং ব্যৱসায় বিৰোধী দিৱস

১৯৮৯

আন্তৰ্জাতিক সাক্ষৰতা বৰ্ষ

১৯৯০

ছাৰ্কৰ কন্যা সন্তান বৰ্ষ

১৯৯০

ছাৰ্কৰ আশ্ৰয় বৰ্ষ

১৯৯১

আন্তৰ্জাতিক মহাকাশ বৰ্ষ

১৯৯২

ভূমিপুত্ৰৰ আন্তৰ্জাতিক বৰ্ষ

১৯৯৩

ছাৰ্কৰ প্ৰতিবন্ধী বৰ্ষ

১৯৯৩

আন্তৰ্জাতিক পৰিয়াল বৰ্ষ

১৯৯৪

ছাৰ্কৰ যুৱ বৰ্ষ

১৯৯৪

ক্ৰীড়া

১৯৯৪

ৰাষ্ট্ৰসংঘৰ সহিষ্ণুতা বৰ্ষ

১৯৯৫

ছাৰ্কৰ দৰিদ্ৰতা দূৰিকৰণ বৰ্ষ

১৯৯৫

দৰিদ্ৰতা নিৰ্মূলকৰণৰ আন্তৰ্জাতিক বৰ্ষ

১৯৯৬

ছাৰ্কৰ সাক্ষৰতা বৰ্ষ

১৯৯৬

মানৱ অধিকাৰ বৰ্ষ

১৯৯৮

আন্তৰ্জাতিক সমুদ্ৰ বৰ্ষ

১৯৯৮

আন্তৰ্জাতিক প্ৰৌঢ় বৰ্ষ

১৯৯৯

আন্তৰ্জাতিক সাংস্কৃতিক মূল্য বৰ্ষ

২০০০

আন্তৰ্জাতিক গিৰি বৰ্ষ

২০০২

আন্তৰ্জাতিক মেৰু বৰ্ষ

২০০৭

বিশ্ব অনাময় বৰ্ষ

২০০৮

আন্তৰ্জাতিক পৃথিৱী গ্ৰহ বৰ্ষ

২০০৮

 

উল্লেখযোগ্য দশক

১৯৮৩ – ১৯৯২

ৰাষ্ট্ৰ সংঘৰ প্ৰতিবন্ধী দশক

১৯৮৫ – ১৯৯৪

এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ পৰিবহণ আৰু যোগাযোগ দশক

১৯৮৮ – ১৯৯৭

সাংস্কৃতিক বিকাশ সশক

১৯৯০ – ১৯৯৯

প্ৰাকৃতিক বিপৰ্যয় সুৰক্ষা দশক

১৯৯০ – ১৯৯৯

ৰাষ্ট্ৰ সংঘৰ আন্তৰ্জাতিক আইন দশক

১৯৯০ – ২০০০

ঔপনিৱেশবাদ নিৰ্মূল কৰণৰ দশক

১৯৯১ – ২০০০

ৰাষ্ট্ৰ সংঘৰ চতুৰ্থ উন্নয়ন দশক

১৯৯১ – ২০০০

ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ শিক্ষা দশক

 

বিভিন্ন দেশৰ মুদ্ৰাৰ নাম

দেশ

মুদ্ৰা

অষ্ট্ৰিয়া

ইউৰো

অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়ান ডলাৰ

আলবেনিয়া

লেক

আলজেৰিয়া

আলজেৰিয়ান ডিনাৰ

আৰ্জেণ্টিনা

পেছো

আফগানিস্তান

আফগানি

কেনিয়া

কেনিয়া শ্বিলিং

উত্তৰ কোৰিয়া

ৱন

গিয়েনা

গিয়েনা ডলাৰ

গিনি

গিনি ফ্ৰাংক

গুৱাটেমালা

কুইটজাল

গ্ৰীচ

ইউৰো

আমেৰিকা যুক্তৰাষ্ট্ৰ

ডলাৰ

গাম্বিয়া

ডালাছি

আয়াৰলেণ্ড

ইউৰো

ঘানা

চেডি

ইকুৱেডৰ

ছুক্ৰে

ইজিপ্ট

ইজিপচিয়ান পাউণ্ড

ইথিওপিয়া

বিৰ

ইটালী

ইউৰো

ইজৰাইল

শ্বেকেল

ইৰাক

ইৰাকী ডিনাৰ

ইৰাণ

ৰিয়াল

ইণ্ডোনেছিয়া

ৰুপিয়া

এংগোলা

কাঞ্জা

উগাণ্ডা

উগাণ্ডা শ্বিলিং

উৰুগুৱে

নিউ পেছো

ইউনাইটেড আৰব আমিৰেটছ

ডিৰাম

কোষ্টাৰিকা

কল’ন

কিউবা

পেছো

কলম্বিয়া

পেছো

কানাডা

কানাডাৰ ডলাৰ

কম্বোডিয়া

ৰিয়াল

কুৱেইট

কুৱেইটী ডিনাৰ

কোছোভা

ইউৰো

তুৰস্ক

লিৰা

টুনিছিয়া

টিউনিছিয়ান ডিনাৰ

থাইলেণ্ড

বাট্‌

ডেনমাৰ্ক

ক্ৰোন

নিকাৰাগুৱা

কোৰডোবা

নেপাল

নেপালী ৰুপী

নেদাৰলেণ্ডছ

ইউৰো

নৰৱে

ক্ৰোন

নাইজেৰিয়া

নাইৰা

নিউজিলেণ্ড

নিউজিলেণ্ড ডলাৰ

চিলি

পেছো

চীন

য়ুৱান (Yuan)

চাইপ্ৰাছ

চাইপ্ৰাছ পাউণ্ড

চেক প্ৰজাতন্ত্ৰ

কোৰুনা

ছান মেৰিনো

ইটালিয়ান লিৰা

ছাৰ্বিয়া

নিউ যুগোশ্লাভিয়া ডিনাৰ

ছৌডি আৰব

ৰিয়াল

ছেনেগাল

চি এফ এ ফ্ৰাংক

ছিংগাপুৰ

ছিংগাপুৰ ডলাৰ

ছোমালিয়া

ছোমালি শ্বিলিং

ছুডান

ডিনাৰ

ছুইডেন

ক্ৰোনা

ছুজাৰলেণ্ড

ছুইছ ফ্ৰাংক

ছিৰিয়া

ছিৰিয়ান পাউণ্ড

জাপান

ইয়েন

জাৰ্মানী

ইউৰো

জাম্বিয়া

কোৱাচা

শ্ৰীলংকা

ৰুপী

টাঞ্জানিয়া

শ্বিলিং

ব্ৰাজিল

ৰিয়েল

বুলগেৰিয়া

লেভ

বলিভিয়া

বলিভিয়ানো

ব্ৰিটিছ যুক্তৰাষ্ট্ৰ

পাউণ্ড ষ্টাৰ্লিং

ভূটান

গালট্ৰাম

ভাৰত

টকা

মালাগাছি

মালাগাছি ফ্ৰাংক

মালয়েছিয়া

ৰিংগিট

মালদ্বীপ

ৰুফিয়া

মৰিচাছ

মৰিচাছ ৰুপি

মংগোলিয়া

টুগ্ৰিক

পানামা

বেলবো

পাকিস্তান

পাকিস্তানী ৰুপী

পোলেণ্ড

জলোটি

পেৰু

নুয়েভো ছোল

ফিলিপাইন

পেছো

পৰ্টুগাল

এছকুডো

ফিনলেণ্ড

মাৰ্কা

ফ্ৰান্স

ইউৰো

ফিজি

ফিজি ডলাৰ

বাংলাদেশ

টাকা

বাহামা

বাহামিয়ান ডলাৰ

বাহৰেইন

বাহৰেইনি ডিনাৰ

বেলজিয়াম

ইউৰো

মৰক্কো

ডিহৰাম

মেক্সিকো

নিউ পেছো

ভেনিজুৱেলা

বলিভাৰ

ভিয়েটনাম

ডং

ভেটিকান চিটি

লিৰা

মণ্টেনিগ্ৰো

ইউৰো

লেবানন

লেবানন পাউণ্ড

লিবিয়া

লিবিয়ান ডলাৰ

লাওছ

কিপ

ৰাছিয়া

ৰুবল

ৰোমানিয়া

লিউ

ৰুৱাণ্ডা

ৰোৱাণ্ডা ফ্ৰাংক

স্পেইন

ইউৰো

 

পৃথিৱীৰ বিভিন্ন স্থান : কাক কি বুলি জনা যায়

দক্ষিণৰ ব্ৰিটেইন (Britain of South)

নিউজিলেণ্ড

অট্টালিকাৰ চহৰ (City of Skyscappers)

নিউয়ৰ্ক

সোণালী দ্বাৰৰ চহৰ (City of Golden Gate)

ছান ফ্ৰান্সিছকো

সপ্ত পাহাৰৰ চহৰ (City of Seven Hills)

ৰোম

ইউৰোপৰ ককপিট (Cockpit of Europe)

বেলজিয়াম

কৃষ্ণ মহাদেশ (Dark Continent)

আফ্ৰিকা

সাম্ৰাজ্য নগৰ (Empire City)

নিউয়ৰ্ক

যাউতিযুগীয়া চহৰ (Eternal City)

ৰোম

নিষিদ্ধ চহৰ (Forbidden City)

লাছা

অশ্ৰুৰ তোৰণ (Gate of Tears)

বাব-অল-মণ্ডপ

নীল নদীৰ দান (Gift of Nile)

ইজিপ্ট

গ্ৰেনাইট শিলৰ চহৰ (Granite City)

এবাৰডিন

পুণ্য ভূমি (Holy Land)

পেলেষ্টাইন

কেংগেৰুৰ ভূমি (Land of Kangaroo)

অষ্ট্ৰেলিয়া

স্বৰ্ণ পেগোডাৰ ভূমি (Land og Golden Pagoda)

ম্যানমাৰ (ব্ৰহ্মদেশ)

বগা হাতীৰ দেশ (Land of White Elephant)

থাইলেণ্ড

লিলি ফুলৰ দেশ (Land of Lilies)

কানাডা

মাজনিশাৰ সূৰ্যোদয়ৰ দেশ (Land of Midnight Sun)

নৰৱে

ইউৰোপৰ ক্ৰীড়া ভূমি (Playground of Europe)

ছুইজাৰলেণ্ড

চীনৰ চকুলো (Sorrow of Chaina)

হোৱাংহো নদী

পৃথিৱীৰ মুধচ (Roof of the World)

পামিৰ

ইউৰোপৰ ৰুগ্ম ব্যক্তি (Sick Man of Europe)

তুৰস্ক

শ্বেত চহৰ (White City)

বেলগ্ৰেড

মুক্তাৰ দ্বীপ (Island of Pearls)

বাহৰেইন

ইংলেণ্ডৰ বাগিচা (Garden of England)

কেণ্ট

সহস্ৰ হ্ৰদৰ দেশ (Land of Thousand Lakes)

ফিনলেণ্ড

বজ্ৰপাতৰ দেশ (Land of Thunder Bolt)

ভূটান

সাগৰৰ সেতু (Bridge of the Sea)

গ্ৰেট ব্ৰিটেইন

উত্তৰৰ ভেনিছ (Venice of North)

ষ্টকহ’ম

নীলা নদী (Blue River)

ইয়াং চিকিয়াং

দক্ষিণৰ সম্ৰাজ্ঞী (Queen of the South)

ছিডনী

শ্বেত মানুহৰ কবৰ (White Man’s Grave)

আফ্ৰিকাৰ গিনি উপকূল

ভূমধ্যৰ চাবি (Key to the Mediterraneam)

জিব্ৰল্টাৰ

 

কাক কি বুলি জানো

আডল্ফ হিটলাৰ

ফুৰাও

ডিউক অব্‌ৱেলিংটন

আইৰণ ডিউক

জিঅফ্ৰি চ’চাৰ

ফাডাৰ অব্‌ ইংলিছ পয়েট্ৰি

জৰ্জ বানাৰ্ড শ্ব’

‘জি বি এছ’

জোৱান অব্‌ আৰ্ক

মেইড অব্‌ অৰলিনছ

নেপোলিয়ন বোনাপাৰ্ট

লিটল কৰ্পৰেল, মেন অব্‌ ডেছটিনি

প্ৰথম ৰাণী এলিজাবথ

মেইডেন কুইন

ছেমুৱেল লংহৰ্ন ক্লিমেনছ

মাৰ্ক টোৱেইন

শ্বেখ মুজিবুৰ ৰহমান

বংগ বন্ধু

উইলিয়াম শ্বেক্সপিয়েৰ

বাৰ্ড অব্‌ এভ’ন

ৱাল্টাৰ স্কট

উইজাৰ্ড অৱ্‌ দা নৰ্থ

অটো ভন বিছমাৰ্ক

মেন অব্‌ ব্লাড এণ্ড আইৰন

বেনিতো মুছোলিনি

দ্বিতীয় (ll) ডিউক

উইলিয়াম ছিডনী প’ৰ্টাৰ

অ’ হেনৰী

চাৰ্লছ লুটউইজ ডজছন

লুই কেৰল

 

লেখক : শান্তনু কৌশিক বৰুৱা

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা

উৎস : নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate