নাম |
কাৰ্যকাল |
ড° ৰাজেন্দ্ৰ প্ৰসাদ |
২৬ জানুৱাৰী ১৯৫০-১৩ মে, ১৯৬২ |
ড° সৰ্বপল্লী ৰাধাকৃষ্ণন |
১৩ মে’ ১৯৬২-১৩ মে’ ১৯৬৭ |
ড° জাকিৰ হুছেইন |
১৩ মে’ ১৯৬৭-৩ মে’ ১৯৬৯ |
বৰাহগিৰি ভেংকেটগিৰি (ভাৰপ্ৰাপ্ত) |
৩ মে’ ১৯৬৯-২০ জুলাই, ১৯৬৯ |
ম: হেদায়েতুল্লা (ভাৰপ্ৰাপ্ত) |
২০ জুলাই ১৯৬৯-২৪ আগষ্ট, ১৯৬৯ |
বৰাহগিৰি ভেংকেটগিৰি |
২৪ আগষ্ট, ১৯৬৯-২৪ আগষ্ট, ১৯৭৪ |
ফকৰুদ্দিন আলি আহমেদ |
২৪ আগষ্ট, ১৯৭৪- ১১ ফেব্ৰুৱাৰী, ১৯৭৭ |
বি ডি জাট্টি (ভাৰপ্ৰাপ্ত) |
১১ ফেব্ৰুৱাৰী, ১৯৭৭- ২৫ জুলাই, ১৯৭৭ |
নিলম সঞ্জীৱ ৰেদ্দী |
২৫ জুলাই, ১৯৭৭-২৫ জুলাই, ১৯৮২ |
গিয়ানী জাইল সিং |
২৫ জুলাই, ১৯৮২-২৫ জুলাই, ১৯৮৭ |
ৰামস্বামী ভেংকেটৰমন |
২৫ জুলাই, ১৯৮৭-২৫ জুলাই, ১৯৯২ |
ড° শংকৰ দয়াল শৰ্মা |
২৫ জুলাই, ১৯৯২-২৫ জুলাই, ১৯৯৭ |
কে আৰ নাৰায়ণন |
২৫ জুলাই, ১৯৯৭- ২৫ জুলাই, ২০০২ |
ড° এ পে জে আব্দুল কালাম |
২৫ জুলাই, ২০০২-২৪ জুলাই, ২০০৭ |
প্ৰতিভা পাটিল |
২৫ জুলাই, ২০০৭-বৰ্তমানলৈকে। |
লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা,
লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020