অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মঞ্চ-চলচ্চিত্ৰ

মঞ্চ-চলচ্চিত্ৰ

মঞ্চ-চলচ্চিত্ৰৰ প্ৰথম

অসমত মঞ্চস্থ সুচিন্তিত মঞ্চৰ জন্ম দিওঁতা        : শংকৰদেৱ।

অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা           : ১৪৬৮ চনত চংকৰদেৱে নিৰ্বাক নাট

অংকীয়া নাট                          ‘চিহ্নযাত্ৰা’ৰ অভিনয় পাতি অসমত প্ৰথম

ভাওনা বা অংকীয়া নাট অভিনয়ৰ

শুভাৰম্ভ কৰে।

অসমীয়া ভাষাত নাট অভিনয় কৰা            : পাঠশালা থিয়েটাৰ পাৰ্টি। এইটো নাট্যদলেই

প্ৰথম নাট্যদল                            প্ৰথম বাৰৰ বাবে বাংলা ভাষাৰ পৰা

অনুবাদ কৰি অসমীয়াত নাট অভিনয়

কৰে। ইয়াৰ পূৰ্বে অসমত বাংলা ভাষাৰ

নাটকহে মঞ্চস্থ হৈছিল।

যাত্ৰাভিনয়ৰ প্ৰথম অসমীয়া নাট              : জয়দ্ৰথ বধ (১৯০৯) ; নাট্যকাৰ

অম্বিকাগিৰী ৰায় চৌধুৰী।

অসমত সহ অভিনয়ৰ পাতনি মেলোতা          : ব্ৰজ শৰ্মা। ১৯৩১ চনত ব্ৰজ শৰ্মাই গঠন

কৰা ‘ইউনিয়ন কহিনুৰ অপেৰা পাৰ্টি’

নামৰ ভ্ৰাম্যমান নাট্য দলটিয়ে ১৯৩৩ চনত

ডুমডুমাত সহ অভিনয় আৰম্ভ কৰে।

অভিনেত্ৰী সকল আছিল : গোলাপী দাস,

সৰ্বেশ্বৰী দাস, ফুলেশ্বৰী দাস, লাৱণ্য দাস,

শৈলবালা দেৱী আৰু বিনদা গগৈ।

প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ মঞ্চত                : নটৰাজ থিয়েটাৰ (১৯৬৩-৬৪)।

একেলগে চিনেমা আৰু অভিনয়ৰ সংযোজন        : নটৰাজ চিনে থিয়েটাৰ (১৯৬৭-৬৮)।

ঘূৰ্ণীয়মান মঞ্চত অভিনীত প্ৰথম              : মাটিৰ মানুহ। নাট্যকাৰ : জগদীশ ফুকন।

অসমীয়া নাটক                           ১৯৪৬ চনত এই খন নাটক কলকাতাত

মঞ্চস্থ হয়।

প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা               : জ্যোতি প্ৰসাদ আগৰৱালা।

প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক              : প্ৰমথেশ বৰুৱা। ১৯৩৪ চনতে প্ৰমথেশ

বৰুৱাই ‘দেৱদাস’ (বাংলা) পৰিচালনা

কৰিছিল।

অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক             : জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰথম অসমীয়া চলচ্চিত্ৰ                    : ‘জয়মতী’। ১৯৩৫ চনৰ ১০ মাৰ্চত

কলকাতাৰ ৰাওনাক চিত্ৰগৃহত (বৰ্তমানৰ

জ্যোতি চিনেমা) আৰু সেই বছৰৰে ২০

মাৰ্চত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য

মন্দিৰত ছবি খনে মুক্তি লাভ কৰে।

বাংলা ছবিত অবিনয় কৰা প্ৰথম অসমীয়া        : প্ৰমথেশ বৰুৱা। ১৯৩০ চনত প্ৰমথেশ

শিল্পী                                  বৰুৱাই ‘টাকায় কিনি গোলাম’ নামৰ বাংলা

ছবি খনত অভিনয় কৰিছিল।

প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ হাস্য ৰসৰ ছবি         : ‘ইটো-সিটো বহুতো’ (১৯৬৩)।

পৰিচালক : ব্ৰজেন বৰুৱা।

অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম       : ‘এৰাবাটৰ সুৰ’ (১৯৫৬)। বলৰাজ

অসমীয়া ছবি                             সাহানিয়ে এই খন অতিথি শিল্পী ৰুপে

অভিনয় কৰিছিল।

পৰিচালক : ডঃ ভূপেন হাজৰিকা।

প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবি            : ‘শকুন্তলা’ (১৯৬১)।

পৰিচালক : ডঃ ভূপেন হাজৰিকা।

প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ ছবি             : ‘ভাইটি’ (১৯৭২)।

পৰিচালক : কমল নাৰায়ণ চৌধুৰী।

হিন্দীৰ পৰা অসমীয়ালৈ ভাষান্তৰ (ডাবিং)       : ‘ভাগ্য’ (১৯৬৮)।

কৰা প্ৰথম ছবি

প্ৰথম অসমীয়া ৰহস্যঘন ছবি                : ‘ডাঃ বেজবৰুৱা’ (১৯৬৯)।

পৰিচালক : ব্ৰজেন বৰুৱা।

অনা অসমীয়া শিল্পীয়ে একক কণ্ঠত গীত         : ‘এৰাবাটৰ সুৰ’। এই খন ছবিত ‘জোনাকৰে পৰিবেশন কৰা প্ৰথম অসমীয়া ছবি              ৰাতি অসমীৰে মাটি’ গীতটিত কণ্ঠদান

কৰিছিল লতা মংগেশকাৰে।

দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰ     : ‘পূবেৰুণ’ (১৯৫৯)। এই খন ছবি বাৰ্লিনত

প্ৰদৰ্শিত হৈছিল। পৰিচালক : প্ৰভাত

মুখাৰ্জী।

অসমীয়া চলচ্চিত্ৰৰ প্ৰথম লং প্লেয়িং            : ‘চিক্‌মিক্‌ বিজুলী’ (১৯৬৯)।

গ্ৰামোফোন ৰেকৰ্ড                          পৰিচালক : ডঃ ভূপেন হাজৰিকা।

ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম               : ‘পিয়লি ফুকন’। এই খন ছবিয়ে ১৯৫৫

অসমীয়া চলচ্চিত্ৰ                           চনত উৎকৰ্ষৰ মানপত্ৰ (Certificate of

Merit) লাভ কৰিছিল।

পৰিচালক : ফণী শৰ্মা।

প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম চলচ্চিত্ৰ       : ‘মৰীচিকা’ (১৯৭২)।

পৰিচালক : অমূল্য মানা।

প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম             : ‘হৃদয়ৰ প্ৰয়োজন’ (১৯৭২)।

মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ                           পৰিচালক : গৌৰী বৰ্মন।

দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম চলচ্চিত্ৰ         : ‘বৃষ্টি’ (১৯৭৪)।

পৰিচালক : দেউতি বৰুৱা।

ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম চলচ্চিত্ৰ       : ‘সন্ধ্যাৰাগ’ (১৯৭৭)।

পৰিচালক : ডঃ ভবেন্দ্ৰ নাথ শইকীয়া।

ইষ্টমেন কালাৰৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ          : ‘আজলী নবৌ’ (১৯৮০)।

পৰিচালক : নিপ বৰুৱা।

মহিলা পৰিচালকে পৰিচালনা কৰা             : ‘নয়নমণি’ (১৯৮৩)।

প্ৰথম অসমীয়া চলচ্চিত্ৰ                       পৰিচালক : সুপ্ৰভাত দেৱী।

প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি              : ‘জীৱন সুৰভি’ (১৯৮৪)’

পৰিচালক : নৰেশ কুমাৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ          : ‘অগ্নিস্নান’ (১৯৮৫)।

লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ               পৰিচালক : ডঃ ভবেন্দ্ৰ নাথ শইকীয়া।

স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ           : ‘হালধীয়া চৰায়ে বাও ধান খায়’

(১৯৮৭)। পৰিচালক : জাহ্নু বৰুৱা।

প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ                 : ‘অবুজ বেদনা’ (১৯৯৩)।

পৰিচালক : গুণসিন্ধু হাজৰিকা।

ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী ছবিৰ           : ‘ৰাগ-বিৰাগ’ (১৯৯৬)।

সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি             পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী।

 

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate