অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলপানী আৰু পুৰস্কাৰ

দি নেশ্যনেল কাউন্সিল ফৰ এড্যুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি) য়ে সংখ্যাগত আৰু গুণগত দুয়োটা দিশতে শিক্ষাৰ মান উন্নত কৰাৰ চেষ্টা কৰি, সকলো ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ অসমতা দূৰ কৰি সমতা স্থাপনৰ হেতু সুযোগ সৃষ্টি কৰাৰ চেষ্টা কৰে৷ এনচিইআৰটিয়ে নেশ্যনেল টেলেন্ট চাৰ্চ আচঁনিৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰৰ প্ৰতিভা বিচাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ কায্যৰ্ক্ষমতা স্বীকাৰ কৰি প্ৰসংশা কৰে৷ এই অনুষ্ঠানে চাচা নেহৰু স্কলাৰশ্বীপৰ মাধ্যমত শিল্পকৰ্ম আৰু গবেষণাৰ উতকৰ্ষতাৰ বাবেও উত্সাহ প্ৰদান কৰে৷

অষ্টম শ্ৰেণীৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিভা অন্বেষণ পৰীক্ষা অথবা নেশ্যনেল টেলেন্ট চাৰ্চ একজামিনেশ্বন

1963 চনত আৰম্ভ কৰা নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীম এনচিইআৰটিৰ এটা মূখ্য কাম৷ ইয়াৰ উদ্দেশ্য আছিল প্ৰতিভা সম্পন্ন ছাত্ৰসকল চিহ্নিত কৰা আৰু তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰা৷ প্ৰকল্পটোত বিজ্ঞান, সমাজ-বিজ্ঞান, ইঞ্জিনীয়াৰিং, চিকিত্সা শাস্ত্ৰ, মেনেজমেন্ট আৰু আইন প্ৰভৃতি বিষয় অন্তৰ্ভূক্ত৷ ই প্ৰতিভাসম্পন্ন ছাত্ৰসকলক সন্মান জনায় আৰু মাহেকীয়া বৃত্তি দি আৰ্থিক দিশত সহায় কৰে৷

বৃত্: তিপৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি, পৰীক্ষাত উত্তীৰ্ণ অষ্টম শ্ৰেণীৰ প্ৰতিটো ছাত্ৰৰ গোটৰ 1000 জনক এই বৃত্তি দিয়া হ’ব৷|

যোগ্যতা: স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ এই পৰীক্ষাৰ বাবে যোগ্য বিবেচিত হ’ব৷ বিদ্যালয় অৱস্থিত ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ইয়াত স্থায়ী বাসিন্দাৰ সংৰক্ষণৰ ওপৰত কোনো নিষেধাজ্ঞা নাই৷

ৰীক্ষা: অষ্টম শ্ৰেণীৰ কাৰণে লিখিত পৰীক্ষাৰ ধৰণ নিম্নলিখিত ভাৱে হ’ব:

প্ৰথম স্তৰৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰীক্ষা দুভাগত হ’ব৷ (a) মানসিক ক্ষমতাৰ পৰীক্ষা (এমটি), (b) পাণ্ডিত্যৰ পৰীক্ষা(এচএটি)৷ ইয়াত সমাজ-বিজ্ঞান, বিজ্ঞান আৰু গণিত বিষয়ৰ পৰীক্ষা সামৰি লোৱা হয়৷

ৰাষ্ট্ৰীয় পয্যায়ত দুটা স্তৰৰ পৰীক্ষা থাকিব (a) মানসিক ক্ষমতাৰ পৰীক্ষা(এমটি), (b) পাণ্ডিত্যৰ পৰীক্ষা(এচএটি) য’ত সমাজ-বিজ্ঞান, বিজ্ঞান আৰু গণিত বিষয়ৰ পৰীক্ষা সামৰি লোৱা হয়৷ (c) সাক্ষাত্কাৰ ৷ যিসকল পৰীক্ষাথীৰ্য়ে ৰাষ্ট্ৰীয় পয্যায়ৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হয়, সেই সকলকহে সাক্ষাত্কাৰৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷

সম্পূৰ্ণ বিবৰণৰ বাবে: চনত আৰম্ভ কৰা নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীম এনচিইআৰটিৰ এটা মূখ্য কাম৷ ইয়াৰ উদ্দেশ্য আছিল প্ৰতিভা সম্পন্ন ছাত্ৰসকল চিহ্নিত কৰা আৰু তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰা৷ প্ৰকল্পটোত বিজ্ঞান, সমাজ-বিজ্ঞান, ইঞ্জিনীয়াৰিং, চিকিত্সা শাস্ত্ৰ, মেনেজমেন্ট আৰু আইন প্ৰভৃতি বিষয় অন্তৰ্ভূক্ত৷ ই প্ৰতিভাসম্পন্ন ছাত্ৰসকলক সন্মান জনায় আৰু মাহেকীয়া বৃত্তি দি আৰ্থিক দিশত সহায় কৰে৷ বৃত্তি (Scholarships) পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি, পৰীক্ষাত উত্তীৰ্ণ অষ্টম শ্ৰেণীৰ প্ৰতিটো ছাত্ৰৰ গোটৰ 1000 জনক এই বৃত্তি দিয়া হ’ব৷| যোগ্যতা (Eligibility): স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ এই পৰীক্ষাৰ বাবে যোগ্য বিবেচিত হ’ব৷ বিদ্যালয় অৱস্থিত ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ইয়াত স্থায়ী বাসিন্দাৰ সংৰক্ষণৰ ওপৰত কোনো নিষেধাজ্ঞা নাই৷ পৰীক্ষা(Examination): অষ্টম শ্ৰেণীৰ কাৰণে লিখিত পৰীক্ষাৰ ধৰণ নিম্নলিখিত ভাৱে হ’ব: প্ৰথম স্তৰৰ ৰাজ্য"www.ncert.nic.in/html/talent.htm

ৰাষ্ট্ৰীয় প্ৰতিভা অন্বেষণ প্ৰকল্প অথবা নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীম (দশম শ্ৰেণীৰ নিয়মীত ছাত্ৰ-ছাত্ৰীৰ কাৰণে)

দি নেশ্যনেল কাউন্সিল ফৰ এড্যুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং য়ে নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীমৰ অধীনত প্ৰতিবছৰে 150 টা অনুসূচীত জাতি আৰু 75 টা অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ 1000 টা স্কলাৰশ্বীপ আগবঢ়ায়৷ এই আচঁনিৰ মূল লক্ষ্য হ’ল দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ-ছাত্ৰসকলক চিনাক্ত কৰি তেওঁলোকক উত্তম শিক্ষালাভৰ উদ্দেশ্যে আথিৰ্ক সহায় আগবঢ়োৱা যাতে পৰবৰ্তী পয্যায়ত তেওঁলোকৰ মেধা শক্তি বৃদ্ধি হয় আৰু সুপৰিকল্পিত ভাৱে দেশৰ সেৱা আগবঢ়াব পাৰে৷

যোগ্যতা:

কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয়, সৈনিক স্কুল আদি সকলো স্বীকৃতপ্ৰাপ্ত বিদ্যালয়ৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় অৱস্থিত ৰাজ্যখনত ৰাজ্যিক পয্যায়ৰ এই পৰীক্ষাত অবত্তীৰ্ণ হ’ব পাৰে৷ অৱশ্যে, ইয়াত কোনো স্থায়ী বাসিন্দা হ’ব লাগিব বুলি কোনো নিষেধাজ্ঞা নাই৷

কিদৰে আবেদন কৰিব লাগে:

দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ কাৰণে নিজ নিজ ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰশাসিত অঞ্চলৰ চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব অথবা নিদিৰ্ষ্ট বাতৰি কাগজ অথবা বিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত ঘোষণা পত্ৰৰ বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব৷

পৰীক্ষা:

ৰাজ্য পয্যায়ত দুটা স্তৰৰ পৰীক্ষাত থাকিব: প্ৰথম স্তৰত মানসিক ক্ষমতাৰ পৰীক্ষা(এমএটি), দ্বিতীয় স্তৰত পাণ্ডিত্যৰ পৰীক্ষা(এচএটি) ৷ দ্বিতীয় পয্যায়ৰ পৰীক্ষাৰ কাৰণে যোগ্য প্ৰাথী এনচিইআৰটি য়ে বাচনি কৰিব৷

সম্পূৰ্ণ বিবৰণৰ বাবে: দি নেশ্যনেল কাউন্সিল ফৰ এড্যুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং য়ে নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীমৰ অধীনত প্ৰতিবছৰে 150 টা অনুসূচীত জাতি আৰু 75 টা অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ 1000 টা স্কলাৰশ্বীপ আগবঢ়ায়৷ এই আচঁনিৰ মূল লক্ষ্য হ’ল দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ-ছাত্ৰসকলক চিনাক্ত কৰি তেওঁলোকক উত্তম শিক্ষালাভৰ উদ্দেশ্যে আথিৰ্ক সহায় আগবঢ়োৱা যাতে পৰবৰ্তী পয্যায়ত তেওঁলোকৰ মেধা শক্তি বৃদ্ধি হয় আৰু সুপৰিকল্পিত ভাৱে দেশৰ সেৱা আগবঢ়াব পাৰে৷ যোগ্যতা (Eligibility) কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয়, সৈনিক স্কুল আদি সকলো স্বীকৃতপ্ৰাপ্ত বিদ্যালয়ৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় অৱস্থিত ৰাজ্যখনত ৰাজ্যিক পয্যায়ৰ এই পৰীক্ষাত অবত্তীৰ্ণ হ’ব পাৰে৷ অৱশ্যে, ইয়াত কোনো স্থায়ী বাসিন্দা হ’ব লাগিব বুলি কোনো নিষেধাজ্ঞা নাই৷ কিদৰে আবেদন কৰিব লাগে (How to Apply): দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ কাৰণে নিজ নিজ ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰশাসিত অঞ্চলৰ চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব অথবা নিদিৰ্ষ্ট বাতৰি কাগজ অথবা বিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত ঘোষণা পত্ৰৰ বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব৷ পৰীক্ষা (Examination): ৰাজ্য পয্যায়ত দুটা স্তৰৰ পৰীক্ষাত থাকিব: প্ৰথম স্তৰত মানসিক ক্ষমতাৰ পৰীক্ষা(এমএটি), দ্বিতীয় স্তৰত পাণ্ডিত্যৰ পৰীক্ষা(এচএটি) ৷ দ্বিতীয় পয্যায়ৰ পৰীক্ষাৰ কাৰণে যোগ্য প্ৰাথী এনচিইআৰটি য়ে বাচনি কৰিব৷ সম্পূৰ্ণ বিবৰণৰ বাবে: www.ncert.nic.in/html/talent.htm

 

স: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate