মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / একাধিক বুদ্ধিমত্তাৰ সূত্ৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

একাধিক বুদ্ধিমত্তাৰ সূত্ৰ

এই শিতানত একাধিক বহুমূখী বুদ্ধিমত্তাৰ তত্বৰ বিষয়ে আলোচনা কৰা হৈছে।

বহুমূখী বুদ্ধিমত্তাৰ তত্ব-আপোনাৰ শিক্ষণ শৈলী কোনটো?

বহুমূখী বুদ্ধিমত্তাৰ তত্ত্ব, জনগণ আৰু তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ বুদ্ধিমত্তা (যুক্তিগত, দৃষ্টিগত,সঙ্গীতগত ইত্যাদি) ৰ ওপৰত হাৱাৰ্ড গাৰ্ডেনাৰে আগবঢ়োৱা মনস্তাত্বিক তত্ব৷৷ প্ৰতিজন লোকৰ সাত প্ৰকাৰৰ বুদ্ধিমত্তা থাকে৷ এজন লোকৰ দুটা বা তাতোধিক প্ৰধান বুদ্ধিমত্তা থাকে, আৰু তেওঁলোকৰ কোনোবা জনৰ সাতটা বুধিমত্তাৰ ভিতৰত সমতা ৰক্ষাৰ বুদ্ধিমত্তা থাকে৷

হাৱাৰ্ড গাৰ্ডেনাৰে প্ৰথমে সাত প্ৰকাৰৰ বুদ্ধিমত্তা সূচীত কৰিছিল৷ তেওঁৰ সূচী সাময়িক আছিল৷ প্ৰথম দুটা বিদ্যালয়ৰ বৈশিষ্ট্যৰে নিৰ্ণীত হৈছে. তাৰপিছত তিনিটা চাৰুকলাৰ সৈতে সম্বন্ধিত; আৰু শেষৰ দুটাক হাৱাৰ্ড গাৰ্ডেনাৰে ‘ ব্যক্তিগত বুদ্ধিমত্তা' বুলি কৈছে৷

বহুমূখী বুদ্ধিমত্তাৰ তত্বৰ প্ৰকাৰসমূহ কি কি?

দৃশ্যমান/মহাশূণ্য সম্পৰ্কিত বুদ্ধিমত্ত্বা

দৃশ্যমান বস্তু সম্পৰ্কে ধাৰণা গঠন কৰাৰ ক্ষমতা৷ এই শিক্ষণত শিক্ষাৰ্থীসকলৰ ছবি চাই চিন্তা কৰাৰ প্ৰৱণতা থাকে আৰু তথ্য লাভৰ কাৰণে বিভিন্ন মানসিক প্ৰতিচ্ছবি গঠন কৰাৰ প্ৰয়োজন হয়৷ তেওঁলোকে মানচিত্ৰ, চাৰ্ট, ছবি, ভিডিঅ’ আৰু চলচিত্ৰ চাই উপভোগ কৰে৷

তেওঁলোকৰ অন্তৰ্ভূক্ত দক্ষতাসমূহ হ’ল

সাঁথৰ তৈয়াৰকৰণ, পঢ়া, লিখা, চাৰ্ট আৰু তালিকা বুজি লোৱা, দিশ সচেতন, ৰেখাচিত্ৰ আৰু ছবি অঁকা, দৃশ্যমান বস্তুৰ সদৃশ বস্তু তৈয়াৰ কৰা (সম্ভৱত দৃশ্যগত চাৰুকলাৰ মাধ্যমত), প্ৰতিচ্ছবি পৰিচালনা কৰা, প্ৰকৃত বস্তুৰ আৰ্হি গঠন কৰা, দৃশ্যমান বস্তুৰ অৰ্থ উপলব্ধি কৰা৷

সাম্ভাৱ্য বৃত্তি

দিশদৰ্শক, ভাস্কৰ্য্য শিল্প, অভিনয় কলাকাৰ, উদ্ভাৱক, স্থপতিবিদ, আভ্যন্তৰীণ গৃহসজ্জা, যন্ত্ৰশিল্পী, ইঞ্জিনিয়াৰ ৷

স: আইএনডিজি দল

3.0641025641
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top