অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তথ্য প্ৰযুক্তি সাক্ষৰতা

তথ্য প্ৰযুক্তি সাক্ষৰতা

  • GPS কি আৰু ই কেনেদৰে কাম কৰে? ? Wi Fi কি? আৰু ইয়াৰ ক্ৰমবিকাশ
  • GPS কি আৰু ই কেনেদৰে কাম কৰে? ? WiFi কি? আৰু ইয়াৰ ক্ৰমবিকাশৰ বিষয়ে লিখা হৈছে

  • ISCII , ইউনিক’ড আৰু Bengali Sript
  • ISCII , ইউনিক’ড আৰু Bengali Sript

  • অনলাইন অসমীয়া অভিধান
  • অনলাইন অসমীয়া অভিধান

  • আখৰ আৰু ভাৰতীয় আঞ্চলিক ভাষা
  • এই শিতানত আখৰ আৰু ভাৰতীয় আঞ্চলিক ভাষাৰ বিষয়ে জানিব পাৰিব।

  • এক্সপ’ৰ্ট-ইম্প’ৰ্ট মেনেজমেন্টৰ কেৰিয়াৰ :
  • এক্সপ’ৰ্ট-ইম্প’ৰ্ট মেনেজমেন্টৰ কেৰিয়াৰৰ বিষয়ে লিখা হৈছে ।

  • এণ্ড্ৰইড এপ্‌ বিকাশৰ প্ৰথম প্ৰয়াস : “সুষম” –
  • সুষম কোনো ইউনিক’ডত অসমীয়া লেখা সঁজুলি নহয়। সুষম জৰিয়তে ইউনিক’ডত অসমীয়া লিখিব পৰা নাযায়৷ সুষম হৈছে এটা সঁজুলি যাৰ জৰিয়তে অসমীয়া ইউনিক’ডত লিখা লিখনী সমূহত থকা বিভিন্ন খেলি-মেলি বিলাক আতৰ কৰি লিখনী বিলাকক এটা সুষম অৱস্থালৈ নিব পৰা এটা সঁজুলি৷ সাধাৰণতে আমি ব্যৱহাৰ কৰি থকা অসমীয়া লিখন সঁজুলি সমূহে প্ৰত্যেকে ভিন্ন-ভিন্ন প্ৰক্ৰিয়াৰে কাম কৰে আৰু এই বিভিন্ন সঁজুলি বিলাকৰ নিজৰ-নিজৰ বেলেগ-বেলেগ বৈশিষ্টৰ কাৰণে অসমীয়া লিখনী বিলাকত বিভিন্ন (লিখকৰ অলক্ষিতে) খেলি মেলি ৰৈ যায়৷ এনেধৰণৰ খেলি-মেলি বিলাকৰ কাৰণে অসমীয়া লিখনি সমূহ ভাগ-ভাগ হৈ পৰিছে৷

  • কম্পিউটাৰ ভাইৰাছঃ
  • তথ্য প্ৰযুক্তি খণ্ডৰ লগত জড়িত থকাৰ বাবে এই শব্দটোৰ লগত আমাৰ এক ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। বেছিভাগ উপভোক্তাৰে অভিযোগসমূহৰ ভিতৰত বিশেষকৈ ভাইৰাছৰ কাৰণে সৃষ্টি হোৱা অসুবিধায়েই প্ৰায় ষাঠি শতাংশ হয়। আমাৰ ভাৱ হয়, কম্পিউটাৰ ভাইৰাছৰ বিৰুদ্ধে ল’ব লগা সাধাৰণ নিৰাপত্তা খিনি ল’লেই এই সমস্যাৰপৰা মুক্তি পাব পাৰি। কিন্তু তাৰ আগতে কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছটোনো আচলতে কি বস্তু তাকে জানি লওঁ আহক।

  • কম্পিউটাৰত ভাইৰাছ আক্ৰমণ আৰু ইয়াৰ সুৰক্ষা:
  • কম্পিউটাৰত ভাইৰাছ আক্ৰমণ আৰু ইয়াৰ সুৰক্ষাৰ বিষয়ে লিখা হৈছে

  • কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ ভৱিষ্যত
  • কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে বিশেষ আলোচনা

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্প’ৰ্টছ মেডিচিনৰ পাঠ্যক্ৰম :
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্প’ৰ্টছ মেডিচিনৰ পাঠ্যক্ৰমৰ বিষয়ে লিখা হৈছে

  • চাইবাৰ অপৰাধ
  • চাইবাৰ অপৰাধৰ বিষয়ে লিখা হৈছে

  • চাইবাৰ ছিকিউৰিটী
  • চাইবাৰ ছিকিউৰিটীৰ বিষয়ে লিখা হৈছে

  • জৈৱ-প্ৰযুক্তিবিদ্যা :
  • জৈৱ-প্ৰযুক্তিবিদ্যাৰ বিষয়ে লিখা হৈছে ।

  • ডিজিটেল ইণ্ডিয়াঃ বহু প্ৰত্যাশা অলপ সংশয়
  • ডিজিটেল ইণ্ডিয়াঃ বহু প্ৰত্যাশা অলপ সংশয় ৰ বিষয়ে লিখা হৈছে

  • তথ্য প্ৰযুক্তি সাক্ষৰতা
  • এই শিতানত মুক্ত উৎস সমল সামগ্ৰী, আখৰ আৰু ভাৰতীয় আঞ্চলিক ভাষা, অনলাইন অভিধান, কম্পিউটাৰ ব্যৱহাৰত সঘনাই সোধা প্ৰশ্ন ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।

  • পণ্য সেৱা কৰ
  • পণ্য সেৱা কৰৰ বিষয়ে লিখা হৈছে

  • প্ৰতিযোগিতামূলক পৰীক্ষা
  • প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে লিখা হৈছে

  • ফেচ্ বুক্ঃ-- আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা
  • ফেচ্ বুক্ঃ আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

  • বায়’প্ৰিণ্টিঙৰ সম্ভাৱনা
  • বায়’প্ৰিণ্টিঙৰ সম্ভাৱনা

  • বিগদাটা টেকন’ল’জী(Big Data Hadoop Technology)-
  • বিগদাটা(হাডোপ)টেকন’ল’জপ্ৰ বিষয়ে লিখা হৈছে

  • ভাৰতত অনলাইন শিক্ষাৰ সম্ভাৱনা :
  • ভাৰতত অনলাইন শিক্ষাৰ সম্ভাৱনাৰ বিষয়ে লিখা হৈছে ।

  • ভাৰতৰ কৃষিক্ষেত্ৰত সংবাদ আৰু সংযোগ প্ৰযুক্তি বিদ্যা :
  • ভাৰতৰ কৃষিক্ষেত্ৰত সংবাদ আৰু সংযোগ প্ৰযুক্তি বিদ্যাৰ বিষয়ে লিখা হৈছে ।

  • মহাজাগতিক সময় আৰু এখন পঞ্জিকা
  • মহাজাগতিক সময় আৰু এখন পঞ্জিকা

  • মেডিয়া এনথ্ৰ’প’লজী :
  • মেডিয়া এনথ্ৰ’প’লজীৰ বিষয়ে লিখা হৈছে ।

  • মেডিয়া এনথ্ৰ’প’লজী :
  • মেডিয়া এনথ্ৰ’প’লজীৰ বিষয়ে লিখা হৈছে ।

  • মেমৰি কাৰ্ডৰ বিষয়ে জানো আহক
  • প্ৰায়বোৰ বৈদ্যুতিন আহিলাত ব্যৱহৃত মেমৰি কাৰ্ডৰ বিষয়ে আলোচনা

  • ৰেড হেট চফটওৱেৰৰ বিষয়ে
  • ৰেড হেট চফটওৱেৰৰ বিষয়ে

  • ‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ
  • আহক আজি ‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ জানো

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate