অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেল-ধেমালী

খেল-ধেমালী

  • এদিম ছেদিম বা
  • সত্তৰ দশকৰ পৰা নব্বৈ দশকৰ মাজভাগলৈ কণ কণ শিশুবোৰৰ মাজত এক জনপ্ৰিয় খেলত পৰিণত হোৱা এই খেল; “এদিম ছেদিম বা”

  • ঢোপ খেল
  • এইটো খণ্ডত আমি ঢোপ খেলৰ বিষয়ে আলোচনা কৰিমহক ৷ এই খেলবিধ এতিয়াও সম্পূৰ্ণৰূপে লুপ্ত হৈ যোৱা নাই যদিও খেলুৱৈৰ সংখ্যা বহুখিনি কমি অহা পৰিলক্ষিত হৈছে ৷

  • বাঘ ঐ বৰাহ ঐ
  • আশীৰ দশকৰ পৰা নব্বৈৰ ভাগলৈ নামনি অসমৰ যুৱক যুৱতী সমূহৰ মাজত জনপ্ৰিয় হোৱা এক অন্যতম খেল হ’ল “বাঘ ঐ বৰাহ ঐ”।

  • হাউ খেল
  • প্ৰায় ষাঠিৰ পৰা আশী দশকৰ সময়ছোৱাত অসমৰ নানা প্ৰান্তৰ খেলপথাৰ বোৰত জনপ্ৰিয়তা লাভ কৰা খেলসমুহৰ ভিতৰত অন্যতম এই “হাউ খেল” ।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate