অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুসকলৰ বাবে গুগলৰ পৰিবৰ্তে কিডল

শিশুসকলৰ বাবে গুগলৰ পৰিবৰ্তে কিডল

 

আজিকালিৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰজেক্ট বা শিক্ষা সমন্ধীয় যিকোনো তথ্যৰ বাবে সাধাৰনতে ইন্টাৰনেট ব্যৱহাৰ কৰে। সৰু সৰু ল’ৰা ছোৱালী সকলৰ মাজতো গুগল বহুলভাবে প্ৰচলিত।গুগলত ভাল বেয়া সকলো তথ্য উপলব্ধ কিছুমান শিশুসকলৰ বাবে অনুপযোগী তথ্য বা যিকোনো তথ্য গুগলত বিচাৰিলে পোৱা যায়।শেহতীয়াকৈ গুগলে শিশুসকলৰ উপযোগীকৈ নতুন এটা ৱেব-ব্ৰাউজাৰ মুকলি কৰিছে য’ত শিশুসকলৰ উপযোগী তথ্যসমূহে বিশেষভাবে উপলব্ধ যাৰ নাম হৈছে কিডলি।গতিকে আপোনাৰ শিশুটিক গুগলৰ পৰিবৰ্তে কিডলি ব্যৱহাৰ কৰিব শিকাব পাৰে।

 

তথ্যসংগ্ৰহ-ৰুমী নাথ

বিকাশপেডিয়া অসম

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate