অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাধু কথা

সাধু কথা

  • ঈশ্বৰ
  • বহুদিন আগৰ কথা! এজন যুৱক, ঘৰ সংসাৰখনৰ প্ৰতি বৈৰাগ্য ওপজি জংঘলৰ মাজত বাস কৰা এজন মুনিৰ ওচৰলৈ

  • এক সন্ন্যাসীৰ কথা
  • এক দেশত এজন গৃহস্থ মানুহ আছিল, তেওঁৰ দুজনী ঘৈণীয়েক৷

  • এক হাতী আৰু ফেঁচাৰ কথা
  • এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খোৰোঙত বাহ লৈ আছিল৷

  • এজনী মালিনী আৰু এজোপা ফুল
  • এক মালিনী আছিল| তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল

  • এটা বলী মানুহ
  • এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল৷

  • এটা শিঙৰা মাছৰ কথা
  • এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে|

  • এটা শিঙৰা মাছৰ কথা
  • এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে,কিন্তু এটা শিঙৰা মাছৰ

  • ঔ- কুঁৱৰী
  • এক ৰজাৰ দুজনী ৰাণী আছিল| তেওঁলোকে দুয়ো গৰ্ভৱতী হ’ল|

  • কণা আৰু কুঁজা
  • এখন গাঁৱত এটা কণা আৰু কুঁজা মানুহ আছিল৷ দুইৰো বৰ মিল আছিল৷

  • কাঞ্চনী
  • এক বুঢ়াৰ সাতোটা পুতেক আছিল৷ বুঢ়াই পুতেকহঁতৰ সুখ-সন্তোষ দেখিবলৈ নাপালে৷

  • কুকুৰীকণা
  • এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল| ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ গুণেশ্বৰী|

  • গংগাটোপ
  • এদিন মাছবোৰ গোট খাই, মাছখোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেল মৰা বিলৰ ভগা-ডুবিতে দুপৰীয়া মেল পাতিলে|

  • চম্পাৱতী
  • এসময়ত এঠাইত এজন বৰ ধনী মানূহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী।

  • চিলনীৰ জীয়েকৰ সাধু
  • এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল। কিন্তু ল'ৰা নাছিল।

  • ছয় সখিয়েক, এক ৰাক্ষসী
  • এখন নগৰত পাঁচোটা ডেকা-ল’ৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দন্দ কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল৷

  • জোঁৱাইৰ সাধু
  • এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল৷

  • জৰদ্গৱ ৰজাৰ উপাখ্যান
  • এঠাইৰ এজন পণ্ডিতে এজন ছাতৰৰে সৈতে দেশ চাবলৈ ওলাই গ’ল৷

  • ঢোঁৰা কাউৰী আৰু টিপচী চৰাই
  • এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচী চৰাই আছিল

  • তাৱৈয়েকৰ সাধু
  • দুজন বৰ মৰমৰ সখি আছিল৷ এজন মৰিবৰ সময়ত তেওঁৰ পুতেকক

  • তীখৰ আৰু চুটিবাই
  • এক গাঁৱত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল| ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালী জনীৰ নাম

  • তুলা আৰু তেজা
  • এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল; বৰজনী এলাগী ,সৰুজনী লাগী৷

  • তেজীমলা
  • এক সাউদৰ দুজনী ঘৈণীয়েক আছিল| বৰজনীৰ এজনী মাথোন ছোৱালী আছিল

  • দীঘল ঠেঙীয়া
  • এজনী বুঢ়ী আছিল| তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে

  • দুই বুধিয়ক
  • এদিন এটা গজলীয়া ডেকাই এভাৰ কেতুৰি খানি হাটলৈ নি এদা বুলি বেচিবলৈ বুধি পাতিলে;

  • দুই ৰাজপুত্ৰ
  • এক ৰজাৰ দুজনী ঘৈণীয়েক আছিল৷ বৰজনীৰ দুটা ল’ৰা৷

  • নিমাতী কন্যা
  • এক ৰজা আছিল৷ ৰজাৰ ল’ৰা-ছোৱালী একোৱেই নাই৷ এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে

  • নুমলীয়া পো
  • এহাল বুঢ়া-বুঢ়ী আছিল| বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল| বুঢ়াই গুণি-ভাবি পুতেকৰ নাম কি থব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ

  • নোমল আৰু সোণপাহী
  • এখন গাঁৱত এহাল মতা-মাইকী আছিল৷ মতাটোৰ নাম ৰূদাই আৰু মাইকীজনীৰ নাম ডাবহী৷

  • পানেশৈ
  • এখন গাঁৱত এজনী বুঢ়ী আছিল৷ তাইৰ এটা মৰমৰ ল’ৰা আছিল৷

  • বত্ৰিশ লক্ষণীয়া দৰা-কন্যা
  • এজন ৰজাৰ এটি বত্ৰিশ লক্ষণীয়া ল’ৰা হৈছিল৷ ল’ৰাটি ক্ৰমে ডাঙৰ দীঘল হৈ ডেকা হ’লত,

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate