- শিশুসকলৰ ক্ষেত্ৰত শিক্ষা, সংস্কৃতি আৰু বুৰঞ্জীৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰা ব্যৱহাৰকাৰীসকলৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰিছে।
- এই শিশুসকলৰ ক্ষেত্ৰই সাধাৰণতে নিজ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰা শিশুসকলৰ বাবে প্ৰয়োজনীয় সেৱা আগবঢ়ায়।
- এই খণ্ডত আপুনি কেৱল ৰং-ধেমালি আৰু কেৱল ৰং-ধেমালিহে পাব। ই শিশুসকলৰ সৰ্বাংঙ্গীন উন্নতিত সহায় আগবঢ়ায়।
- এই খণ্ডত ভাৰতৰ সাধুকথা, মুকুলৰ পদ্য, কিছুমান পৰীৰ সাধু, পদ্য গোৱা আৰু আমাৰ চাৰিওফালে ঘটি থকা অভাৱনীয় ঘটনাৰ বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰিব।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.