ব্লুমছৰ শিক্ষণৰ শ্ৰেণীকৰণৰ ক্ষেত্ৰ
শিক্ষা পদ্ধতিৰ তিনিটা প্ৰকাৰ
শিক্ষাৰ একাধিক পদ্ধতি আছে ৷ বেঞ্জামিন ব্লুমৰ (1956) নেতৃত্বত বিভিন্ন কলেজৰ দ্বাৰা গঠিত কমিটিয়ে শিক্ষা পদ্ধতিৰ তিনিটা পদ্ধতিৰ কথা উল্লেখ কৰে:
- জ্ঞানশক্তি: মানসিক দক্ষতা (জ্ঞান)
- স্নেহপ্ৰৱণতা: অনুভূতি আৰু আৱেগৰ বিকাশ
- চালিকাশক্তি: শাৰীৰিক বা কায়িক দক্ষতা(দক্ষতা)
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 3/9/2020
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.