শিক্ষণ আৰু শিকণ প্ৰক্ৰিয়াটো হৈছে শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষাৰ আদান-প্ৰদান হয়। শিক্ষাদানৰ যোগে শিশুসকলে সকলো প্ৰকাৰৰ বিষয়ৰ জ্ঞান, শিশুৰ আচাৰ-ব্যৱহাৰ ইত্যাদি আহৰণ কৰে। এই ক্ষেত্ৰত শিক্ষকসকলে প্ৰধান ভূমিকা গ্ৰহণ কৰে। শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিশুসকলে কেনে ধৰণৰ পদক্ষেপ লোৱাটো উচিত বা কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰা উচিত এই সকলোবোৰ বিষয় এই শিতানত আলোচনা কৰা হৈছে।
এই শিতানত শিক্ষক আৰু শিক্ষাদান ক্ষেত্ৰত তথ্য প্ৰযুক্তিবিদ্যাৰ ভূমিকাৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।
শিক্ষাৰ একাধিক পদ্ধতি আছে। বেঞ্জামিন ব্লুম (১৯৫৬)ৰ নেতৃত্বত বিভিন্ন কলেজৰ দ্বাৰা গঠিত কমিটিয়ে শিক্ষাৰ তিনিটা পদ্ধতিৰ কথা উল্লেখ কৰিছে।
এই শিতানত শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন প্ৰযুক্তিসমূহৰ লগতে শিক্ষাখণ্ডত তথ্য যোগাযোগ প্ৰযুক্তিৰ প্ৰত্যাহবান ইত্যাদি আলোচনা কৰা হৈছে।
শেহতীয়া উন্নীতকৰণ: : 5/29/2015
ছাত্ৰ-ছাত্ৰী তথা সন্তানৰ শিক্ষাত শিক্ষক আৰু অভিভাৱ...
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শ...
আদৰ্শ কৃষক গেৰুৱাৰ শিক্ষক বীৰেন বৰা
প্রাথমিক শিক্ষাৰ ক্ষেত্রলৈ শিক্ষক সহায়কসকলৰ কার্যক...