আজিৰে পৰা চিমেন চাপৰিত বড়ো সাহিত্য সভাৰ অধিৱেশন
কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ চিমেন চাপৰিস্থিত সতীশ বসুমতাৰী বড়ো মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত উখল-মাখল পৰিবেশত অনুস্থিত হ'ব বড়ো মাহিত্যসভাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।
উৎস:অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 2/4/2017
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.