অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৩১ মাৰ্চৰ পৰা নমামী ব্ৰহ্মপুত্ৰ উৎসৱ

৩১ মাৰ্চৰ পৰা নমামী ব্ৰহ্মপুত্ৰ উৎসৱ

পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ৩১ মাৰ্চৰপৰা ধুবুৰী চহৰত ‘নমানী ব্ৰহ্মপুত্ৰ’ উৎসৱ অনুষ্ঠিত হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি আঞ্চলিক ঐতিহ্য সাংস্কৃতিক প্ৰতিফলিত কৰি আয়োজন হ’বলগা মহাবাহু ব্ৰহ্মপুত্ৰ ভিত্তিক এই উৎসৱ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৩১ মাৰ্চত ধুবুৰীলৈ আহিব।

উৎস-দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/2/2017

© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate