উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী আই আই টিৰ ষ্টুডেন্ট একাডেমিকছ ব'ৰ্ডে।অহা ১৬ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব ৰিছাৰ্চ কনক্লেভ ২০১৭।অনুষ্ঠানত গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দেশৰ বিভিন্ন উচ্চ শিক্ষা-প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন উচ্চ শিক্ষা-প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।
উৎস:দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 2/2/2017