অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালি ওজন হ্ৰাস কৰা ফল :

গ্ৰীষ্মকালি ওজন হ্ৰাস কৰা ফল :

 

তিয়ঁহ -

ৰান্ধনি ঘৰৰ এবিধ ফলদায়ক পাচলি হ’ল তিয়ঁহ। ইয়াক আপুনি চালাদ আৰু চবজি হিচাপে ব্যৱহাৰ কৰিব পাৰে। প্ৰচুৰ পৰিমাণে পানী থাকে এইবিধ পাচলিত। এনেধৰণৰ পাচলি খালে শৰীৰত পানীৰ পৰিমাণো কমি নাযায়। আপোনাক ডি-হাইড্ৰেচনৰ পৰা ৰক্ষা কৰে এইবিধ পাচলিয়ে।

আঙুৰ -

আঙুৰ হ’ল এবিধ মিঠা আৰু টেঙা ফল। প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে এইবিধ ফলত। তদুপৰি এণ্টিঅক্সিডেণ্ট , এণ্টি ইনফ্লেমাট’ৰিৰ উপৰি ফাইট’কেমিকেলছ থাকে বাবে ই শৰীৰৰ বাবে উপকাৰী। এজন মেদবহুল লোকে আঙুৰ খোৱাটো খুবেই প্ৰয়োজন। চৰ্বি বিনাশত ই অগ্ৰণী ভূমিকা পালন কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 7/11/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate