মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পেট কামুৰিলে কি কৰিব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেট কামুৰিলে কি কৰিব?

পেট কামুৰিলে কি কৰিব, তাৰ বিষয়ে লিখা হৈছে ।

আমি খোৱা আহাৰৰ কাৰণেও পেট কামোৰণি হ’ব পাৰে। কেতিয়াবা পেট সম্পুৰ্ণ খালী থকা অৱস্থাতো পেটৰ কামোৰণি হয়। ভোকত পাকস্থলীৰ পৰা ওলোৱা এচিডেই ইয়াৰ প্ৰধান কাৰণ। ভোকত পাকস্থলীৰ পৰা ওলোৱা এচিডেই ইয়াৰ প্ৰধান কাৰণ। বেছিভাগ পেটৰ কামোৰণি আপোনা-আপুনি ভাল হৈ যায়। কিন্তু দীঘলীয়া সময় পেটৰ কামোৰণি হৈ থাকিলে তাৰ প্ৰতিকাৰৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

*খালী পেটত পেট কামোৰণি হ’লে বুজিব লাগিব যে তাৰ কাৰণ এচিডৰ বাহিৰে আন একোনহয়। সেয়েহে এটা বা দুটা এণ্টাচিড খালেই পেটৰ কামোৰণিৰ সমস্যা দুৰ হয়।

*খালী পেটত হোৱা পেটৰ কামোৰণিৰ কাৰণে কেতিয়াবা পাতল জলপান গ্ৰহণ কৰিলেও কামোৰণি ভাল হয়। একাপ গৰম চাহৰ লগত এখন বিস্কুটেও পেটৰ কামোৰণি নোহোৱা কৰে। কিন্তু পেট কামুৰি থাকিলে বেছি গৰম বা ঠাণ্ডা খাদ্য খাব নালাগে। এই পেটৰ কামোৰণি ২৪ ঘণ্টাতকৈ বেছি সময় থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

উৎস: জি এনআৰচি স্বাস্থ্য

2.85
মুকেশ গাৰ্গ Apr 17, 2020 03:11 PM

পপি আপুনি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব

পপি দত্ত Aug 04, 2018 06:24 AM

মোৰ পেট বিষ হৈছে তাৰ উপায় কি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top