অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুখী জীৱনৰ কিছুসংখ্যক টিপছ :

সুখী জীৱনৰ কিছুসংখ্যক টিপছ :

 

*প্ৰচুৰ পানী খাব।

*পুষ্টিকৰ খাদ্য খাব।

*মিঠাই দোকানৰ খাদ্যসমুহ বৰ্জন কৰিব।

*শৰীৰক পৰ্যাপ্ত জিৰণি দিব।

*যি কাৰ্য কৰি আনন্দ পায় তাকে কৰক।

*যি কাম কৰে তাতে আনন্দ পাবলৈ চেষ্টা কৰক।

*মনৰ কথাবোৰ কৈ মনটো পাতল কৰক।

*হাঁহিবলৈ শিকক আৰু চেষ্টা কৰক।

*শিশু আৰু প্ৰাকৃতিক পৰিৱেশৰ লগত সময় কটাওক।

*বন্ধু-বান্ধৱৰ লগত হাঁহি-মাতি, মিলা-মিচা কৰক।

*নিজৰ কৰ্তব্য-কামত উৎকৰ্ষ লাভ কৰিবলৈ চেষ্টা কৰক।

*প্ৰত্যেক দিনেই কিছু সময় মৌনভাৱে পালন কৰক।

*প্ৰত্যেক দিনেই ‘অভিযোগবিহীন দিন’ হিচাপে কৰিবলৈ চেষ্টা কৰক।

*অনেক সৰু-সুৰা কথাতে প্ৰশ্ংসা কৰিবলৈ চেষ্টা কৰক।

*প্ৰত্যেক খোজতে, প্ৰত্যেক ব্যক্তিকে ধন্যবাদ দিবলৈ চেষ্টা কৰক।

*জীৱনটোক অতি গম্ভীৰভাৱে নলৈ হাঁহি-মাতি পাৰ কৰিবলৈ শিকক।

*প্ৰত্যাশাক যিমান পাৰি এৰাই চলক।

পানী খোৱাৰ নিয়ম -

*পানী সৰহকৈ পিব লাগে।

*পুৱা খালী পেটতে দাঁত ব্ৰাছ কৰাৰ আগতে ৪/৬ গিলাচ পানী পিলে ভাল।

*পানী কুহুমীয়া গৰম হ’লে ভাল।

*পানী বহি পিব লাগে। থিয় হৈ পানী পিব নালাগে।

*পানী ঢকঢককৈ পিব নালাগে। পানী অকণমান সময় মুখত ৰাখিহে পিব লাগে।

*অতি শীতল পানী পিব লাগে।

*সঘনাই ভোক লাগি থাকিলে খাদ্য খোৱাৰ সলনি পানী পিব লাগে।

উৎস: জি এনআৰচি স্বাস্থ্য



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate