অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য কিটিপ

আদাৰ গুণ

আদা আমাৰ সকলোৰে পৰিচিত। আদা আঞ্জাত আৰু প্ৰসাদৰ লগতো ব্যৱহাৰ কৰা হয়। ইয়াৰ ইংৰাজী নাম জিনজাৰ। বৈজ্ঞানিক নাম জিনজিবাৰ অফিছিনেলি। অজীৰ্ণ ৰোগত আদা চোবাই খালে যথেষ্ট উপকাৰ পোৱা যায়। আদাই এলাৰ্জী আৰু বমি ভাৱ দূৰ কৰে। আদা কফ, বাত আৰু বায়ুনাশক। মৌৰ লগত খালে কাহ ভাল হয়। আদাই মুখৰ দুৰ্গন্ধ আৰু দাতৰ বিষ দূৰ কৰে। আদাই গৰল ৰোগ প্ৰতিৰোধ কৰে। আদাই চুলিৰ সৌন্দৰ্য বঢ়ায়। ঘা বা দাতৰ গুৰি ফুলা ৰোগত আদা খুণ্ডি প্ৰলেপ দিলে ভাল হয়।

বাতৰি কাকতত প্ৰসাদ খোৱাতো বেয়া

বাতৰি কাকতত প্ৰসাদ খোৱাটো বেয়া কাৰণ বাতৰি কাকতৰ আখৰ্বোৰত সীহ থাকে। সীহ স্বাস্থ্যৰ বাবে হানিকাৰক। সাধাৰণতে প্ৰসাদত বুটৰ সলনি মগু খায়েই বহুতৰ ফুড পয়জনিং হয়। তদুপৰি গাউট (GOUT) ৰোগত ভূগি থকা

লেখক: অঞ্জন শৰ্মা, অসমীয়া খবৰ ডাঃ জীৱন দত্ত বৰুৱাৰ “ভোগালী বিহু আৰু স্বাস্থ্য” ১৪ জানুৱাৰিৰ লেখনিটোৰ পৰা সংগৃহীত ।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate