অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মৃতিশক্তি বঢ়াওক

স্মৃতিশক্তি বঢ়াওক

  • মনত ৰাখিবলগীয়া কথাখিনিৰ তালিকা প্ৰস্তুত কৰি স্মৰণ কৰক।
  • যিকোনো কিতাপ, আলোচনী পঢ়িলে বিষয়টো খুটি-নাটি মাৰি পঢ়ক। প্ৰয়োজন সাপেক্ষে দাগ মাৰক।
  • পঢ়োতে খোকোজা লাগিলে বাৰে বাৰে পঢ়াৰ যত্ন কৰক।
  • ধঁপাতজাতীয় দ্ৰব্য, পাণ, চুপাৰি, জৰ্দা, গুটখা আদি নোখোৱাই উচিত।
  • ডবা, শব্দ শৃংখল, চুডুকু, তাচপাত, চাইনিজ চেকাৰ, লুডু আদি খেলক। কেৰমো খেলিব পাৰে।
  • যিকোনো বস্তু সুক্ষ্ম দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰক।
  • দীঘলীয়া কথা মনত ৰাখিবলৈ সাংকেতিক ভাষাৰ সহায় লোৱা উচিত।
  • যিকোনো ঘটনা বা বিশেষ তাৰিখ ডায়েৰিত লিপিবদ্ধ কৰক আৰু নোচোৱাকৈয়ে কোৱাৰ অভ্যাস কৰক।
  • প্ৰতিদিনে শাৰিৰীক ব্যায়াম কৰক।
  • ব্ৰাক্ষ্মী শাক, গাখীৰ, ফলমূল খাওঁক।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰিতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate