অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাজহাড় পোনকৈ ৰাখক :

ৰাজহাড় পোনকৈ ৰখাৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ শৰীৰত ভিতৰুৱা অংগক আৰাম দিয়াৰ ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব দিয়া উচিত। কিয়নো বুকু আৰু পেটৰ ভিতৰছোৱা অংশত আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহ থাকে আৰু জালৰ দৰে ওলমি থাকে। সেয়ে এই অংগসমূহক আৰামাৰ প্ৰয়োজন। পিঠিখন চিধাকৈ অৰ্থাৎ ৰাজহাড় চিধা অৱস্থাত ৰাখিলেহে এই অংগসমূহে আৰাম পায়। বিশেষকৈ আহাৰ গ্ৰহণ কৰাৰ পিছত ৰাজহাড় সম্পূৰ্ণ চিধাকৈ ৰখা অতি প্ৰয়োজন। কিন্তু আধুনিক বিচাৰ ধাৰামতে কঁকাল চিধাকৈ ৰাখি বহাৰ ওপৰত গুৰুত্ব দিয়া হয়, ঠিক সেইদৰে আমি গাড়ীৰ ছীটসমূহ ঠিক হওঁ। ৰাজহাড় চিধাকৈ ৰাখিও আমি আমাৰ মাংসপেশীসমুহক আৰাম প্ৰদান কৰিব পাৰে। সেয়ে ৰাজহাড় চিধা ৰখাৰ অভ্যাস কৰিলে আমাৰ শৰীৰৰ ভিতৰৰ অংশই সঠিক ৰুপত আৰাম পায়।

উৎস: নন্দিনী

2.85714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top