অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক স্বাস্থ্য

মানসিক স্বাস্থ্য

  • অকলশৰীয়া নাৰী আৰু ব্যক্তিত্ব
  • অকলশৰীয়া নাৰী আৰু ব্যক্তিত্ব

  • অতিপাত ইণ্টাৰনেট ব্যৱহাৰ এক মানসিক বিসংগতি
  • অতিপাত ইণ্টাৰনেট ব্যৱহাৰ এক মানসিক বিসংগতিৰ বিষয়ে লিখা হৈছে ।

  • অত্যধিক আৱেগে আনে মনোবিকাৰ
  • চৰিত্ৰগতভাৱে মানুহ সংগপ্রিয়। বাহিৰৰ বিভিন্ন মানুহৰ সৈতে মিলামিছা কৰি থাকি আমি ভাল পাওঁ।

  • অনুতাপ আৰু অনুতাপ বিতৃষ্ণা
  • অনুতাপ এক পীড়াদায়ক আৱেগ৷ সাধাৰণ ‘ধেৎতেৰি’টোৰ পৰা মূৰৰ চুলি খামুচি বাক্‌হীন হোৱালৈকে ইয়াৰ বিস্তৃতি৷ ঘটনা এটা ঘটি যোৱাৰ পাচত ‘আস! এনেকৈ যদি কৰিলোহেঁতেন বা নকৰিলোহেঁতেন’ধৰণৰ ভাব কিছুমানে ব্যক্তিজনক সাংঘাতিকভাৱে অসুখী কৰি তুলিব পাৰে৷ জীৱনত এবাৰৰ বাবে হ’লেও গভীৰভাৱে অনুতপ্ত হোৱা মানুহে জানে অনুতাপে প্ৰদান কৰা শাস্তিৰ বিষয়ে৷ আনকি অনুতাপ কৰিবলগীয়া পৰিবেশ এটাৰ কল্পনাতো মানুহে যন্ত্ৰণা অনুভৱ কৰে৷ সেয়ে সচেতনভাৱে চেষ্টা কৰে অনুতপ্ত হ’বলগীয়া কোনো পৰিস্থিতিৰ মুখামুখি নহ’বলৈ৷ এই অনুতাপৰ পৰা আঁতৰি থাকিবলৈ কৰা প্ৰৱণতাটোকে কোৱা হয় অনুতাপ বিতৃষ্ণা, ইংৰাজীত ৰিগ্ৰেট এভাৰছন৷ অনুতাপ বিতৃষ্ণাই বিনিয়োগক কেনেদৰে প্ৰভাৱান্বিত কৰে সেই বিষয়টোলৈ  যোৱাৰ পূৰ্বে অনুতাপ সম্বন্ধীয় দুটামান কথা কৈ ল’ব বিচাৰিম৷

  • অ’ চি ডি- পৰিয়ালৰ লোকৰ ভূমিকাঃ
  • সমাজত কত ধৰণৰ মানুহ, কত ধৰণৰ আচাৰ-আচৰণ। নিশ্চয় মন কৰে- আমাৰ সমাজত এনে কিছুমান লোক আছে যিসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাক অসুস্থতাৰ পৰ্যায়লৈ লৈ যায়। এওঁলোকে নিজৰ হাত-ভৰি-মুখ ধোৱাকে ধুই থাকে

  • আচৰণ সংশোধনৰ মনোবৈজ্ঞানিক দিহা
  • আচৰণ সংশোধনৰ মনোবৈজ্ঞানিক দিহাৰ বিষয়ে লিখা হৈছে ।

  • আত্মহত্যা : বিশ্বব্যাপী এক চিন্তনীয় সমস্যা
  • আত্মহত্যা : বিশ্বব্যাপী এক চিন্তনীয় সমস্যা

  • আনন্দ পূৰ্ণ জীৱনৰ বাবে ফুলনি বাগিছা
  • আনন্দ পূৰ্ণ জীৱনৰ বাবে ফুলনি বাগিছা

  • আপুনি কিমান খঙাল
  • মানুহৰ ভাল লগা, বেয়া লগা, ক্ষুধা, তৃষ্ণৰ দৰেই খং এটা সহজাত মানসিক অৱস্থা। কিন্তু এই খঙক কোনেও সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে

  • আপুনি খঙাল স্বভাৱৰ নেকি?
  • আপুনি খঙাল স্বভাৱৰ নেকি?

  • আপোনাৰ সন্তান মানসিক ৰোগত ভুগিছে নেকি?
  • মানসিক ৰোগৰ বিষয়ে লিখা হৈছে ।

  • আবেশিক-বাধ্যবাধকতা ব্যাধি
  • আবেশিক-বাধ্যবাধকতা ব্যাধিৰ বিষয়ে লিখা হৈছে ।

  • আমাৰ সমাজত প্ৰচলিত ৰোগ সম্পৰ্কীয় কেতবোৰ অন্ধবিশ্বাস
  • আমাৰ সমাজত প্ৰচলিত ৰোগ সম্পৰ্কীয় কেতবোৰ অন্ধবিশ্বাস

  • উইন্টাৰ ব্লু(শীতকালত হোৱা মানসিক সমস্যা):
  • উইন্টাৰ ব্লু(শীতকালত হোৱা মানসিক সমস্যা)ৰ বিষয়ে লিখা হৈছে

  • উদ্বিগ্নতা দূৰত ৰাখক
  • উদ্বিগ্নতা দূৰত ৰাখক

  • এলজেইমাৰ ডিমেনচিয়া-আন ডিমেনচিয়াৰ পৰিচৰ্যাৰ কেন্দ্ৰ
  • এলজেইমাৰ ডিমেনচিয়া-আন ডিমেনচিয়াৰ পৰিচৰ্যাৰ কেন্দ্ৰ

  • কম্পিউটাৰৰ খেলে চিজ’ফ্ৰেনিয়াৰ সমস্যা দূৰ কৰিব
  • কম্পিউটাৰৰ খেলে চিজ’ফ্ৰেনিয়াৰ সমস্যা দূৰ কৰিব

  • ক্লেপটোমেনিয়া
  • ক্লেপটোমেনিয়া

  • ক্লেপটোমেনিয়া : এক মানসিক সমস্যা
  • ক্লেপটোমেনিয়া : এক মানসিক সমস্যা

  • ক্ৰমাৎ বাঢ়িছে মানসিক ৰোগীৰ সংখ্যা :
  • ক্ৰমাৎ বাঢ়িছে মানসিক ৰোগীৰ সংখ্যা, তাৰ বিষয়ে লিখা হৈছে ।

  • খং এৰাই চলক
  • খংৰ বিষয়ে লিখা হৈছে

  • খং নামেই চণ্ডালঃ
  • খঙৰ অপকাৰিতাৰ বিষয়ে লিখা হৈছে

  • চাইকো-চ’মেটিক ডিজিজৰ বিষয়ে চমুকৈ দুআষাৰ
  • চাইকো-চ’মেটিক ডিজিজৰ বিষয়ে চমুকৈ দুআষাৰ

  • চাপমুক্ত জীৱন
  • চাপ বা ষ্ট্ৰেচৰ পৰা নিজকে মুক্ত কৰি সহজ-সৰল সুন্দৰভাৱে জীয়াই থাকিবৰ বাবে কোনো ঔষধ পোৱা নাযায়।

  • জটিল মানসিক ৰোগ অ’চিডি
  • জটিল মানসিক ৰোগ অ’চিডিৰ বিষয়ে লিখা হৈছে

  • জীৱনৰ বাটত কাউন্সেলিং
  • জীৱনৰ বাটত কাউন্সেলিং

  • জ্যেষ্ঠ নাগৰিকৰ মনৰ অসুস্থতা
  • জ্যেষ্ঠ নাগৰিকৰ মনৰ অসুস্থতাৰ বিষায়ে লিখা হৈছে

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate