অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিম্ববাহী নলী প্ৰবাহিত হোৱা

ডিম্ববাহী নলী প্ৰবাহিত হোৱা

ডিম্ববাহী নলী প্ৰবাহিত হোৱাৰ লক্ষণসমূহ হ’ল

  • উৰু, পিঠি, তলপেট বিষ হয়।
  • ঋতুস্ৰাৱ দহ দিনমানলৈকে হয়। মাহত দুবাৰ হ’ব পাৰে। স্ৰাৱৰ লগত গোটমৰা ক’লা তেজো ওলাব পাৰে।
  • ডিম্ববাহী নলী ফুলি বিষ, জ্বালা-যন্ত্ৰণা হয়, জ্বৰো উঠে।
  • ঋতুস্ৰাৱত দুৰ্গন্ধ থাকে।
  • ঋতুস্ৰাৱ অনিয়মিয়া, বমি বমি ভাব হয়।
  • ঋতুস্ৰাৱৰ পিছত বগাস্ৰাৱ যায়।
  • কেতিয়াবা ঋতুস্ৰাৱ বেছি হয় আৰু কেতিয়াবা কম হয়।
  • চিকিৎসা
  • তলপেটত গৰম পানীৰ বেগ বা বটলেৰে সেক দিলে উপকাৰ পোৱা যায়।
  • টোপনি ক্ষতি কৰা অনুচিত।
  • শোৱা-খোৱা সময়মতে কৰি বিশ্ৰামত থকা উচিত।
  • চিকিৎসা সুপৰামৰ্শ লৈ চিকিৎসা কৰোৱা উচিত।
  • সহজে হজম হোৱা পুষ্টিকৰ আহাৰ খাব লাগে।
  • আৰোগ্য নোহোৱা পৰ্যন্ত যৌন ক্ৰিয়াৰ পৰা আঁতৰি থকা উচিত।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

3.19444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top