অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাণেৰে নুশুনা (বধিৰতা)

কাণেৰে নুশুনা (বধিৰতা)

কাৰণ

  • স্বাভাৱিকভাৱে বয়স বাঢ়ি অহাৰ লগে লগে শ্ৰৱণ শক্তিও হ্ৰাস পাই আহে।
  • কৰ্মক্ষেত্ৰ (যিসকলে অতিপাত শব্দ থকা ঠাইত কাম কৰে)।
  • কাণত কণামাকৰি জমা হোৱা।
  • কাণৰ পুৰণি সংক্ৰমণ।
  • টিম্পেনাম বা কাণৰ পৰ্দাৰ ৰোগ।
  • কাণৰ পৰ্দাত বিন্ধা
  • কাণৰ ভিতৰত আৰু হাড়ত মাংসপিণ্ডৰ সৃষ্টি হোৱা আৰু কেঞ্চাৰৰ দৰে ৰোগ।

লক্ষণ

  • শিশুসকলে শব্দৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়।
  • আনৰ কথা বুজিবলৈ অসুবিধা হয়।
  • কওঁতাজনক উচ্চস্বৰত কথা ক'বলৈ কোৱা হয়।

সতর্কতা

  • অতিবেছি শব্দ হোৱা ঠাইৰ পৰা আতঁৰত থাকিব লাগে।
  • শ্রবণশক্তি হ্ৰাস পোৱা বুলি অনুভৱ কৰাৰ লগে লগে চিকিৎসকক দেখুৱাব লাগে।
  • কৃত্ৰিম শ্ৰৱণ যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate