অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তহীনতা

ৰক্তহীনতা

ৰক্তহীনতা কি?

  • শৰীৰত তেজত থাকিব লগা পৰিমাণতকৈ ৰক্ত কোষ কম থকা।
  • তেজত হিমগ্লবিন আৰু ৰঙা ৰক্ত কোষৰ পৰিমাণ ১০ মিলিগ্ৰাম/ dilতকৈ কম থকা।

 

ৰক্তহীনতা-কিমান থাকিলে হয়:

১) প্ৰাপ্তবয়স্ক পুৰুষ-১৩ গ্ৰাম/dilতকৈ কম থকা।

২) প্ৰাপ্তবয়স্ক নাৰী- ১২ গ্ৰাম/dilতকৈ কম থকা।

৩) প্ৰাপ্তবয়স্ক গৰ্ভৱতী নাৰী-১১ গ্ৰাম/dilতকৈ কম থকা।

৪) শিশু ৬ মাহ- ১১ গ্ৰাম/dilতকৈ কম থকা।

৫) শিশু ৬-১৪ বছৰ ১২ গ্ৰাম/dilতকৈ কম থকা।

কাৰণ

  • ফলিক এচিডৰ অভাৱ।
  • ভিটামিন বি-১২ৰ অভাৱ।
  • আইৰণৰ অভাৱ।
  • কিছুমান ৰোগৰ ফলত ৰক্তকোষৰ হেমলাইটিক এনিমিয়াছৰ ক্ষতি কৰে।
  • বাৰে বাৰে সংক্ৰমিত হোৱা (যেনে, মেলেৰিয়া)।
  • মজ্জাৰ কিছুমান ৰোগ।
  • আঘাটপ্ৰাপ্ত হৈ বা আন কোনো ৰোগত তেজ কমি যোৱা।
  • প্ৰয়োজনীয় খাদ্য নোখোৱাৰ ফলত হোৱা অপুষ্টি।
  • গৰ্ভৱতী অৱস্থাত পৰ্য্যাপ্ত পৰিমাণৰ আহাৰ নোখোৱা।
  • মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত বেছি ৰক্তপাত।

 

লক্ষণ আৰু উপসৰ্গ

  • অলপতে ভাগৰ লগা।
  • বুকুৰ বিষ।
  • উশাহ চুটি হোৱা।
  • গা উখহি উঠা।
  • ছাল শেঁতা পৰা।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate