টাইফয়ড্ হ’লে মূৰৰ বিষ, কাহ, কোষ্ঠকাঠিন্য, পাতলীয়া শৌচ, জিভাৰ মাজভাগ বগা হৈ কাষবোৰ ৰঙা হৈ পৰা, গাটো ইছাট-বিছাট লগা আদি হয়।
চিকিৎসা
- ক’লা তুলসী, পদিনা আৰু বন তুলসীৰ ৰস খাব লাগে।
- মূৰত ভৃংগৰাজ তেল ল’ব লাগে।
- মুনক্কা ফালি তাত ক’লা নিমখ লগাই অলপ গৰম কৰি খাব লাগে।
- গিন্ধেয় ৰস মৌৰ লগত মিহলাই চেলেকি খাব লাগে।
- গাখীৰত মুনক্কা উতলাই গাখীৰখিনি খাব লাগে।
- বিশুদ্ধ নিৰ্মল বতাহ চলা ঠাইত বিশ্ৰাম কৰিব লাগে।
- সহজতে হজম হোৱা পুষ্টিকৰ খাদ্য খোৱা উচিত।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 6/22/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.