- ৫০ গ্ৰাম জেতুকা পাতৰ ৰস খালে তেজ বমি বন্ধ হয়।
- কেঁচা হালধি আৰু জেতুকা পাতৰ ৰস ২৫০ মি:লিটাৰ লৈ তাত গুড় মিহলাই খালে তেজ বমি বন্ধ হয়।
- দুবৰি বনৰ ৰস চাৰি চামুচৰ লগত অলপ চেনি বা মিচিৰি মিহলাই দিনত ২-৩ বাৰকৈ খাব।
- বাহকৰ পাতৰ ৰস চাৰি চামুচৰ লগত দুই চামুচ মৌ মিহলাই খাব লাগে।
লিখক: ডা: ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 3/12/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.