কটা
- আঘাটপ্ৰাপ্ত অংশটো পৰিষ্কাৰ কুহুমীয়া পানী আৰু চাবোনেৰে ধুব লাগে। লাগি থকা লেতেৰা বস্তুবোৰ সাৱধানে আঁতৰাই পেলাব লাগে।
- আঘাটৰ অংশৰ ওপৰত তেজ বন্ধ নোহোৱালৈকে জোৰে হেঁচা মাৰি ধৰিব লাগে।
- বিজাণূমুক্ত বেণ্ডেজেৰে আঘাটৰ স্থান বান্ধি দিব লাগে।
- যদি দ’ কৈ কাটে, তেন্তে ততালিকে চিকিৎসকৰ ওচৰলৈ নিব লাগে।
ঘঁহনি বা চোচৰা খোৱা
- কুহুমীয়া পৰিষ্কাৰ পানী আৰু চাবোনেৰে ধুব লাগে।
- তেজ বা পুজ ওলালে সংক্ৰমণ নহবলৈ বেণ্ডেজ বান্ধি দিব লাগে।
সংক্ৰমিত ঘাঁৰ লক্ষণ
- আঘাটৰ ঠাই ফুলি উঠা।
- ৰঙচুৱা পৰা।
- বিষ।
- জ্বৰ হ’ব পাৰে।
- পূঁজ জমা হোৱা।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/18/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.