গছৰ পৰা বা ওখ ঠাইৰ পৰা পৰিলে
গছ বা তেনে ওখ ঠাইৰ পৰা পৰাৰ ফলত দুৰ্দশাগ্ৰস্তৰ জ্ঞান বা তত নোহোৱা হ’লে মছন্দৰীৰ পাত, নিমখ, জালুক আৰু পিপলি মিহলাই পাতত দি খালে শৰীৰত তত আহে বা জ্ঞান ঘূৰাই পায়। সৰিয়হৰ তেলৰ লগত পানী মিহলাই মূৰত সানিব।
- কদম গছৰ পাতৰ ৰস উলিয়াই খুৱাব।
- নহৰু, মৌ, লং ঘিউ আৰু চেনি মিহলাই এবাৰত ৫ গ্ৰামকৈ খুৱাব।
লিখক: ডা: ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 5/4/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.