অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰিয়াছিচ ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসা আটাইতকৈ নিৰ্ভৰযোগ্য চিকিৎসা :

চৰিয়াছিচ ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসা আটাইতকৈ নিৰ্ভৰযোগ্য চিকিৎসা :

আয়ুৰ্বেদত বিৰুদ্ধ আহাৰ সেৱন, আসোঁৱাহপূৰ্ণ জীৱনশৈলী, বিভিন্ন কীটনাশকযুক্ত খাদ্য পদাৰ্থৰ সেৱন ইত্যাদি বিভিন্ন কাৰণক আমাৰ শৰীৰত অন্য ৰোগবোৰৰ লগতে নানান চৰ্মৰোগোৰো কাৰণ হিচাপে চিহ্নিত কৰা হয়। ইয়াৰ ভিতৰত ছৰিয়াছিচ নামৰ চৰ্মৰোগ বিধৰ দ্বাৰাও আজিকালি বহুতো মানুহ আক্ৰান্ত হোৱা দেখা যায়। কিন্তু সঠিক আয়ুৰ্বেদিক চিকিৎসা, সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ জড়িয়তে এই চৰ্মৰোগবিধৰ পৰা মুক্তি লাভ কৰিব পৰা যায়। এলোপেথিক চিকিৎসাৰ এইৰোগবিধ মাত্ৰ সাময়িক ভাবে উপশম কৰিব পৰা যায়। আনহাতে চিকিৎসা বন্ধ কৰিলে পুনৰ ৰোগবিধ হোৱা দেখা যায়। কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা ইয়াক সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিব পৰা যায়। গতিকে ছৰিয়াছিচ ৰোগী সকলৰ বাবে আয়ুৰ্বেদিক চিকিৎসা হ'ল আটাইতকৈ নিৰ্ভৰযোগ্য চিকিৎসা।

লেখক : ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate