অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হিট’স্ত্ৰক

হিট’স্ত্ৰক

  • হিট’স্ত্ৰকত আক্ৰান্ত ব্যক্তিয়ে শৰীৰটো ততালিকে ঠাণ্ডা কৰাৰ ব্যৱস্থা কৰিব লাগে।
  • যদি সম্ভৱ হয় তেওঁক ঠাণ্ডা পানীত বহাই দিব লাগে, ঠাণ্ডা পানীৰে তিওৱা কাপোৰেৰে গাটো মেৰিয়াই দিব লাগে। ঠাণ্ডা পানীত তিওৱা স্পঞ্জ, বৰফ আদিৰে গাটো মুহাৰি দিব লাগে।
  • যেতিয়া আক্ৰান্ত ব্যক্তিৰ উষ্ণতা ১০১ ডিগ্ৰী ফাৰেণহাইটলৈকে নামে, তেওঁক শীতল কোঠা এটাত শুৱাই দিব লাগে।
  • যদি উত্তাপ আকৌ বাঢ়িবলৈ ধৰে, তেন্তে পুনৰ শীতল কৰাৰ ব্যৱস্থাবোৰ।
  • যদি আক্ৰান্ত ব্যক্তিয়ে পানী খাব পাৰে- তেন্তে তেওঁক অলপ পানী খাবলৈ দিব লাগে।
  • কোনো ধৰণৰ ঔষধ দিব নালাগে।
  • চিকিৎসাৰ বাবে ব্যৱস্থা লব লাগে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate