অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

১০৮ জৰুৰীকালীন সঁহাৰি সেৱা

১০৮ জৰুৰীকালীন সঁহাৰি সেৱা

১০৮ জৰুৰীকালীন সঁহাৰি সেৱা হ’ল ৭×২৪ ঘন্টাই চিকিৎসা, আৰক্ষী আৰু অগ্নি সম্পৰ্কীয় জৰুৰী সেৱা। এই সেৱা সমগ্ৰ অসম, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, গোৱা, তামিলনাডু, ৰাজস্থান, কৰ্ণাটক, মেঘালয় আৰু মধ্যপ্ৰদেশত উপলব্ধ।

ইয়াৰ মূল বৈশিষ্টসমূহ হ’ল:

  1. সপ্তাহৰ ৭ দিনেই ২৪ ঘন্টা সময় জৰুৰীকালীন সেৱা আগবঢ়োৱা।
  2. স্থায়ী আৰু মোবাইল ফোনৰ পৰা বিনামূলীয়া নম্বৰ উপলভ্যতা।
  3. গঢ়ে ১৮ মিনিটৰ ভিতৰত জৰুৰীকালীন সাহাৰ্য্য আপোনাৰ কাষ পাবগৈ।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate