১০৮ জৰুৰীকালীন সঁহাৰি সেৱা
১০৮ জৰুৰীকালীন সঁহাৰি সেৱা হ’ল ৭×২৪ ঘন্টাই চিকিৎসা, আৰক্ষী আৰু অগ্নি সম্পৰ্কীয় জৰুৰী সেৱা। এই সেৱা সমগ্ৰ অসম, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, গোৱা, তামিলনাডু, ৰাজস্থান, কৰ্ণাটক, মেঘালয় আৰু মধ্যপ্ৰদেশত উপলব্ধ।
ইয়াৰ মূল বৈশিষ্টসমূহ হ’ল:
- সপ্তাহৰ ৭ দিনেই ২৪ ঘন্টা সময় জৰুৰীকালীন সেৱা আগবঢ়োৱা।
- স্থায়ী আৰু মোবাইল ফোনৰ পৰা বিনামূলীয়া নম্বৰ উপলভ্যতা।
- গঢ়ে ১৮ মিনিটৰ ভিতৰত জৰুৰীকালীন সাহাৰ্য্য আপোনাৰ কাষ পাবগৈ।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.