মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ভাত কেৰেলাৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাত কেৰেলাৰ ঔষধি গুণ :

ভাত কেৰেলাৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

ভাত কেৰেলা এবিধ পাচলি। ই অতি পুষ্টিকৰ। এই পাচলি ৰোগী-নিৰোগী সকলোৱে খাব পাৰে। ভাত কেৰেলাৰ আলু বহু বছৰলৈ ভালে থাকে। সেয়ে এবাৰ ৰোৱাৰ পাছৰ বছৰ আলুৰ পৰা পুনৰ গজালি ওলায়। পাতৰ আকাৰ ডাঙৰ আৰু খাজ কটা। ফুল হালধীয়া আৰু বগা দুয়োবিধ ৰঙৰো দেখা পোৱা যায়। ফল কেঁচা অৱস্থাত সেউজীয়া। পকিলে হালধীয়া বৰণৰ হয়। ফলৰ ওপৰত সৰু সৰু অসংখ্য কাঁইটৰ দৰে থাকে। ভাত কেৰেলাৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

*ভাত কেৰেলাই তেজ বৃদ্ধিত সহায় কৰে।

*শিপাৰ ৰসে কেঁচুমূৰীয়া ৰোগ নিৰাময় কৰাত সহায় কৰে।

*ভাত কেৰেলাৰ শিপা থেতেলিয়াই মূৰত লগালে মূৰৰ বিষত আৰাম পোৱা যায়।

*বিছাই ডাকিলে শিপা থেতেলিয়াই ডকা অংশত ইয়াৰ ৰস লগালে আৰাম পোৱা যায়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top