তলত উল্লেখ কৰা বিষয়বোৰে ৱেব ছাইটটো কাৰ্য্যকৰীভাৱে ব্যৱহাৰ কৰাত আপোনাক সহায় কৰিব।
এই ৱেবছাইটোৱে আপোনাক ৬ টা বিষয়ৰ তথ্য আগবঢ়াব। এই কেইটা হ’ল- কৃষি, স্বাস্থ্য, শিক্ষা, ই-প্ৰশাসন, সমাজ কল্যাণ আৰু শক্তি। প্ৰতিটো বিষয়ৰ অধীনত আগবঢ়াব বিচৰা তথ্য সমূহৰ চমু বিৱৰণ তলত আগবঢ়োৱা হ’ল।
কৃষি এই বিভাগত কৃষিজ ঋণ, নীতি আৰু আঁচনি, উৎপাদন প্ৰযুক্তি, অসমৰ খেতিসমূহ, খেতিৰ বিভিন্ন ৰোগ, পশুপালন আৰু মাছপালন, শস্য উৎপাদন, বতৰ আৰু বজাৰৰ তথ্যসমূহ, উত্তম অভ্যাস, বিভিন্ন কৃষি নিৰ্দেশিকা, পামভিত্তিক উদ্যোগ আৰু কৃষিভিত্তিক প্ৰতিষ্ঠানসমূৰ তথ্যভাণ্ডাৰ ইত্যাদি বিষয়সমূহ বহলভাৱে আলোচনা কৰা হৈছে। |
স্বাস্থ্য এই শিতানত মহিলাৰ স্বাস্থ্য, শিশুৰ স্বাস্থ্য, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, আয়ুস, পৰিপুষ্টি, বিভিন্ন ৰোগ, অনাময় আৰু স্বাস্থ্যবিধি, মানসিক স্বাস্থ্য, প্ৰাকৃতিক চিকিৎসা, ইত্যাদি বিষয়সমূহ বহলভাৱে আলোচনা কৰা হৈছে। |
শিক্ষা এই শিতানত শিশুৰ অধিকাৰ, শিক্ষা সম্পৰ্কীয় নীতি/আঁচনিসমূহ, শিশুসকলৰ জগত, শিশুসকলৰ ক্ষেত্ৰ, শিক্ষকসকলৰ ক্ষেত্ৰ, শিক্ষাৰ উৎকৃষ্ট অনুশীলন, পেশাগত পথ প্ৰদৰ্শক, তথ্য প্ৰযুক্তিৰ সাক্ষৰতা, সমলৰ যোগসূত্ৰসমূহ, ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে। |
ই-প্ৰশাসন এই শিতানত শক্তিৰ বুনিয়াদসমূহ, শক্তিৰ প্ৰযুক্তি, উৎকৃষ্ট অভ্যাস, মহিলা আৰু শক্তি, নৱীকৃত শক্তি, গ্ৰাম্য উদ্ভাৱনসমূহ, পৰিৱেশ, নাগৰিকৰ বাবে থকা অনলাইন সেৱাসমূহ, মোবাইল প্ৰশাসন, তথ্য জনাৰ অধিকাৰ আইন, ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে। |
সমাজ কল্যাণ এই শিতানত মহিলা আৰু শিশু উন্নয়ন, অনুসূচীত জাতি আৰু জনজাতিৰ কল্যাণ, অসংগঠিত/অনানুষ্ঠানিক, বিত্তীয় অন্তৰ্ভুক্তি, বিত্তীয় সাক্ষৰতাৰ পাঠ্যক্ৰম, সংখ্যালঘু কল্যাণ, অক্ষমসকলৰ কল্যাণ, বয়োজ্যেষ্ঠসকলৰ কল্যাণ, গ্ৰাম্য দৰিদ্ৰতা উপশম কৰা, নগৰৰ দৰিদ্ৰতা উপশম কৰা, বেচৰকাৰী স্বেচ্ছাসেৱী খণ্ড, সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে যুঁজ, দুৰ্বল গোটসমূহ, আইনী সাহাৰ্য্য, দুৰ্যোগ ব্যৱস্থাপনা, ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে। |
শক্তি এই শিতানত শক্তিৰ প্ৰযুক্তি, উত্তম অভ্যাস, আঁচনি আৰু নীতি, শক্তি স্ংৰক্ষণ, শক্তিৰ কাৰ্য্যদক্ষতা বৃদ্ধি আৰু পুণৰ নৱীকৃত শক্তিৰ উৎসসমূহৰ বিষয়ে তথ্য আগবঢ়োৱা হৈছে। |
পৰিপুষ্টি আৰু স্বাস্থ্য নেচনেল ইঞ্চটিটিউড অব নিউট্ৰিচন আৰু ইণ্ডিয়ান কাউনচিল অব মেডিকেল ৰিচাৰ্জ নামৰ এই দুটা প্ৰতিস্থানৰ সহযোগত পৰিপুষ্টি আৰু স্বাস্থ্য সম্পৰ্কীয় এই চিডিখন প্ৰস্তুত কৰা হৈছে। এই চিডিখনত চাৰিটা বিষয় সন্নিবিষ্ট কৰা হৈছে-আপোনাৰ প্ৰয়োজনীয় খাদ্যবস্তুৰ বিষয়ে, পৰিপুষ্টি আৰু তাৰ উৎসসমূৰ বিষয়ে, খাদ্য আৰু বিভিন্ন ৰোগ আৰু খাদ্য সুৰক্ষা। এই চিডিখনৰ যোগেৰে স্বাস্থ্য কৰ্মী, ছাত্ৰ, গৃহিণীকে ধৰি সকলো লোকে এটা সুস্বাস্থ্যৰ বাবে কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰা উচিত ইত্যাদি কথাবোৰ জানিব পাৰিব। |
বনৌষধী, ৰ্ং দিয়া আৰু গোন্ধযুক্ত সামগ্ৰীৰ উৎপাদন এই শিতানত ৫৪ টা গুৰুত্বপূৰ্ণ ব্যৱসায়ীক বনৌষধি, ৰ্ং দিয়া আৰু গোন্ধযুক্ত সামগ্ৰী নেচনেল মেডিচিনেল প্লেনচ বৰ্ডে অগ্ৰাধিকাৰ দিছে। এই সামগ্ৰীসমূহৰ উৎপাদন সম্পৰ্কীয় তথ্য, স্থানীয় ভাষাত সামগ্ৰী আৰু বজাৰৰ তথ্য ইত্যাদি হিন্দী, তেলেগু, তামিল আৰু ইংৰাজী ভাষাত উপলব্ধ হ’ব। |
সন্ধানৰ এই সুবিধাই ব্যৱহাৰকাৰীসকলক অতি সোনকালে কোনো এটা লিখনি বিচাৰি উলিওৱাত সহায় কৰে। এই সুবিধা পৰ্টেলৰ প্ৰ্তিটো পৃষ্ঠাতে উপলব্ধ। ব্যৱহাৰকাৰীসকলে এই পৰ্টেলত তলত দিয়া ধৰণে সন্ধান কৰিব পাৰে-
|
সক্ৰিয় সন্ধান সন্ধান বাকচত আপুনি সন্ধান কৰিব বিচৰা শব্দটোৰ এটা বা দুটা আখৰ লিখি দিয়াৰ লগে লগে সেই শব্দৰ লগত জড়িত শব্দবোৰ অতি সোনকালে দৃশ্যমান হ’ব। |
এই পৰ্টেলত স্বেচ্ছাসেৱীসকলে তেওঁলোকৰ নিজা অঞ্চলৰ্ তথ্যকে ধৰি পৰ্টেলৰ বিষয়ৰ লগত স্ংলগ্ন লিখনি প্ৰদান কৰিব পাৰে। এই পৰ্টেল চাৰি ধৰণৰ
ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰে।
সকলো ব্যৱহাৰকাৰীৰ বাবে প্ৰকাৰ অনুসৰি নিজা নিজা কিছুমান সুবিধা আছে।
সাধাৰণ ব্যৱহাৰকাৰী
এজন সাধাৰণ ব্যৱহাৰকাৰীয়ে তলত উল্লেখ কৰা সুবিধাসমূহ লাভ কৰিব -
পঞ্জীকৃত সদস্য
এজন পঞ্জীকৃত সদস্যই এজন সাধাৰণ সদস্যতকৈ বেছি সুবিধা লাভ কৰিব পাৰে। আপুনি পঞ্জীকৃত সদস্য হিচাপে তলৰ সুবিধাসমূহ লাভ কৰিব -
লিখনি প্ৰদানকাৰী
লিখনি প্ৰদানকাৰী হিচাপে আপুনি তলৰ সুবিধাসমূহ লাভ কৰিব।
লিখনি পৰ্য্যালোচক
লিখনি পৰ্য্যালোচক হিচাপে আপুনি তলৰ সুবিধাসমূহ লাভ কৰিব পাৰে।
শেহতীয়া উন্নীতকৰণ: : 7/27/2016