জনজাতি কল্যাণ
ট্রাইবেল কোঅপাৰেটিভ মার্কেটং ডেভেলপমেন্ট ফেডাৰেচন অফ্ ইণ্ডিয়া লিমিটেডে (টিআৰআইএফইডি) ০৬-০৮-১৯৮৭ তাৰিখত কাম আৰম্ভ কৰে আৰু মাল্টি স্টেট কো অপাৰেটিভ ছ'চাইটিজ এক্ট ১৯৮৪ ৰ (বর্তমানে মাল্টি স্টেট কো অপাৰেটিভ ছ'চাইটিজ এক্ট, ২০০২) পঞ্জীকৰণ কৰা হয়। ভাৰত চৰকাৰৰ কল্যাণ মন্ত্রালয়ৰ প্রশাসনিক নিয়ন্ত্রণৰ অধীনত ১৯৮৮ চনত (বর্তমানে ভাৰত চৰকাৰৰ উপজাতি কল্যাণ মন্ত্রালয়) এই বিভাগটোৱে কাম কৰা আৰম্ভ কৰে।