নব্য আৰু পুনঃসক্ৰিয়কৰণ শক্তি পৰিষদে 11 তম বাষিৰ্ক পৰিকল্পনাৰ ভিতৰত ৰাষ্ট্ৰত 14,000 মেগাৱাট পুনঃসক্ৰিয়কৰণ শক্তি নিৰ্ভৰ গ্ৰীড পাৱাৰ জেনেৰেচন প্লেন স্থাপনৰ লক্ষ্য লৈছে৷
- চৰকাৰে জৱাহৰলাল নেহৰু নেচনেল চ’লাৰ মিছনক গ্ৰীড পাৱাৰৰ প্ৰচলন সক্ষম কৰিব পৰাকৈ সৌৰ শক্তিৰ কাৰীকৰি কৌশলসমূহ প্ৰতিযোগীতামূলক কৰিবলৈ অনুমতি দিছে৷ এই মিছনে 20 মিলিয়ন সৌৰ লাইট অন্তভূৰ্ক্ত কৰি 20,000 মেগাৱাট গ্ৰীড চ’লাৰ পাৱাৰ আৰু 2,000 মেগাৱাট অফ-গ্ৰীড পাৱাৰ স্থাপনৰ লক্ষ্য হাতত লৈছে৷ অতিৰিক্তভাৱে, 2022 চনৰ ভিতৰত 20 মিলিয়ন বগৰ্মিটাৰ এলেকা তাপ সংগ্ৰহ কৰা এলেকা হিচাপে স্থাপনৰ লক্ষ্য হাতত লৈ থৈছে৷ চৰকাৰে 2012-13 চনত প্ৰথম স্তৰত 1,100 মেগাৱাট গ্ৰীড সংযোগীত সৌৰ পদ্ধতি আৰু 200মেগাৱাট ক্ষমতাৰ অফ-গ্ৰীড সৌৰ শক্তি ব্যৱহাৰৰ পদ্ধতি স্থাপনৰ লক্ষ্যৰ অনুমোদন জনাইছে৷
- অতিৰিক্ত ভাৱে, মিছনে মূল্য হ্ৰাস, সক্ষমতা বৃদ্ধি আৰু মুঠৰ ওপৰত সৌৰ শক্তিৰ সকলো প্ৰকাৰৰ দক্ষতা প্ৰকাশ আৰু নতুন সামগ্ৰীসমূহৰ ব্যৱহাৰ পৰিকল্পনা উন্নীত কৰিবৰ বাবে গবেষণা আৰু উন্নয়নমূলক কামত সহাঁৰি জনাইছে।
- এই তথ্য আজি নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি মিনিষ্টাৰ ড. ফাৰুক আব্দুলা দেবে ৰাজ্যসভালৈ দিয়া এক লিখিত প্ৰতিবেদন৷
- নব্য আৰু পুনঃসক্ৰিয়কৰণ শক্তি পৰিষদে 11 তম বাষিৰ্ক পৰিকল্পনাৰ ভিতৰত ৰাষ্ট্ৰত 14,000 মেগাৱাট পুনঃসক্ৰিয়কৰণ শক্তি নিৰ্ভৰ গ্ৰীড পাৱাৰ জেনেৰেচন প্লেন স্থাপনৰ লক্ষ্য লৈছে ৷
- চৰকাৰে জৱাহৰলাল নেহৰু নেচনেল চ’লাৰ মিছনক গ্ৰীড পাৱাৰৰ প্ৰচলন সক্ষম কৰিব পৰাকৈ সৌৰ শক্তিৰ কাৰীকৰি কৌশলসমূহ প্ৰতিযোগীতামূলক কৰিবলৈ অনুমতি দিছে৷ এই মিছনে 20 মিলিয়ন সৌৰ লাইট অন্তভূৰ্ক্ত কৰি 20,000 মেগাৱাট গ্ৰীড চ’লাৰ পাৱাৰ আৰু 2,000 মেগাৱাট অফ-গ্ৰীড পাৱাৰ স্থাপনৰ লক্ষ্য হাতত লৈছে৷ অতিৰিক্তভাৱে, 2022 চনৰ ভিতৰত 20 মিলিয়ন বগৰ্মিটাৰ এলেকা তাপ সংগ্ৰহ কৰা এলেকা হিচাপে স্থাপনৰ লক্ষ্য হাতত লৈ থৈছে৷ চৰকাৰে 2012-13 চনত প্ৰথম স্তৰত 1,100 মেগাৱাট গ্ৰীড সংযোগীত সৌৰ পদ্ধতি আৰু 200মেগাৱাট ক্ষমতাৰ অফ-গ্ৰীড সৌৰ শক্তি ব্যৱহাৰৰ পদ্ধতি স্থাপনৰ লক্ষ্যৰ অনুমোদন জনাইছে৷
- অতিৰিক্ত ভাৱে, মিছনে মূল্য হ্ৰাস, সক্ষমতা বৃদ্ধি আৰু মুঠৰ ওপৰত সৌৰ শক্তিৰ সকলো প্ৰকাৰৰ দক্ষতা প্ৰকাশ আৰু নতুন সামগ্ৰীসমূহৰ ব্যৱহাৰ পৰিকল্পনা উন্নীত কৰিবৰ বাবে গবেষণা আৰু উন্নয়নমূলক কামত সহাঁৰি জনাইছে।
- এই তথ্য আজি নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি মিনিষ্টাৰ ড. ফাৰুক আব্দুলা দেবে ৰাজ্যসভালৈ দিয়া এক লিখিত প্ৰতিবেদন৷
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.