অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱ ইন্ধন

জৈৱ ইন্ধন

জেট্ৰ'ফা

জেট্ৰ'ফা কাৰকাচ বহুমুখী উপাদনক্ষম অভোজন একবৰ্ষিয় তেলজাতীয় উদ্ভিদ৷ এইটো কম খৰচত সীমিত ভূমিত কৰিব পৰা কঠিন আৰু খৰাং সহ্য কৰিব পৰা এক উদ্ভিদ৷ এই শস্যই ৩০ বছৰৰ বাবে আৰ্থিক সহায়তা পৰিচালনা কৰিব পাৰে৷ 

চুগাৰবীট

চুগাৰবীট (বীটা ভুলগেৰিচ ভাৰ চেক্কাৰিফেৰা এল. ) নাতিশীতোষ্ণ অঞ্চলত হোৱা চেনী উপাদন কৰিব পৰা এক দ্বি-বৰ্ষিয় উদ্ভিদ৷ এতিয়া বিকল্প শক্তি উপাদনৰ শস্য হিচাপে ইথানল উপাদনৰ বাবে ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয়অঞ্চল সমূহত বিভিন্ন প্ৰকাৰৰ চুগাৰবীট উপাদন কৰিব পৰা যায়৷ 

জোৱাৰ

জোৱাৰ (এচ. বাইকালাৰ) ধান খেতিৰ পিছত বৃহ এলেকা সামৰি কৰিব পৰা অতি আৱশ্যকীয় পশু খাদ্য৷ ইয়াক প্ৰধানকৈ ইয়াৰ গুটি আৰু পশু খাদ্যৰ বাবে কৰা হয়৷ খাদ্য দ্ৰব্যৰ উদ্যোগ সমূহত ব্যৱসায়িক ভিত্তিত ইয়াৰ বিকল্প ব্যৱহাৰ কৰা হয়৷ ইয়াক ইথানল, চিৰাপ আৰু জৈৱ পদাৰ্থযুক্ত পশু খাদ্য আৰু সহ-উপাদন পদ্ধতিৰ কেচাঁ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পৰা যায়৷ 

পংগামিয়া

জৈৱ ইন্ধন ব্যৱহাৰ কৰিব পৰা বহুতো খোৱাৰ অযোগ্য তেল উপাদনকাৰী শস্য আছে৷ কাৰানজা (পংগামিয়া)এবিধ অতি উত্তম উদ্ভিদ৷ ৰাষ্ট্ৰৰ বিভিন্ন অংশত এইবিলাক যথেষ্ট পৰিমাণে গজে৷ 

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate