সীমিত শক্তি, অধিক পোহৰ- চিএফএল
- বৈদ্যুটিক শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰক, ব্যয় কমাওঁক।
- আজিৰ দিনত ভাৰতত ৮০ শতাংশ বৈদ্যুটিক শক্তিৰ অপব্যৱহাৰ হৈ আছে-কাৰণ আমি অত্যাধিক পৰিমাণৰ বিদ্যুত ব্যৱহাৰ হোৱা লেম্প, বাল্ব আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি আছো৷
- চিএফএল (কমপেক্ট ফ্লৰ’চেন্ট লাইট)য়ে বৈদ্যুটিক ব্যয় হ্ৰাস কৰে৷ এটা চিএফএল বাল্বে সাধাৰণ বাল্বতকৈ পাচঁ গুণ অধিক পোহৰ দিয়ে৷
- চিএফএলৰ প্ৰজ্বলিত ক্ষমতা সাধাৰণ বিলাকতকৈ ৮ গুণ অধিক৷
- ফ্লৰ’চেন্ট টিউব লাইটসমূহ, কম্পেক্ট ফ্লৰ’চেন্ট লাইটসমূহত নিম্নমানত বিদ্যুত ব্যয় হয় আৰু অত্যাধিক তাপ উৎপন্ন নকৰে৷
- ৬০ ৱাটৰ বাল্ব ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, যদি আপুনি ১৫ ৱাটৰ চিএফএল বাল্ব ব্যৱহাৰ কৰে; আপুনি কমেও প্ৰতি ঘন্টাত ৪৫ ৱাট বিদ্যুতৰ ব্যয় ৰাহি কৰিব পাৰিব৷ প্ৰতি মাহে আপুনি ব্যয়ৰ ১১ ইউনিট ৰাহি কৰিব পাৰিব৷ আপুনি খৰচও হ্ৰাস কৰিব পাৰিব৷
- চিএফএল বাল্ব ৫ ৰ পৰা ৮ মাহলৈ বৰ্তি থাকে৷
এই ধৰণেৰে শক্তি আৰু বিদ্যুতৰ ব্যয় ৰাহি কৰে, আপুনি যিবিলাক গাওঁত বৈদ্যুটিক সংযোগ নাই সেইবিলাক উজ্জলিত কৰি তুলিব পাৰে৷
সবিশেষ
|
৬০ ৱাট বাল্ব
|
১৫ ৱাট চিএফ এল
|
ৰাহি
|
বাল্বৰ ব্যয়
|
১০ টকা
|
১১৬
|
-
|
ৱাট
|
৬০
|
১৫
|
৪৫
|
প্ৰজ্বলিত সময়
|
৬ মাহ, হাজাৰ ঘন্টা
|
৪ বছৰ, ৮,০০০ ঘন্টা
|
-
|
প্ৰতি বছৰত বিদ্যুতৰ ব্যয়
|
১১৫
|
৩৬
|
৭৯
|
প্ৰতি বছৰত প্ৰতি ইউনিটত ব্যয় ২.৭৫ টকাকৈ
|
৩১৬.২৫ টকা
|
৯৯.০০ টকা
|
২১৭.২৫ টকা
|
চাৰি বছৰৰ বাবে মুঠ খৰচ
|
১২৬৫.০০ টকা
|
৩৯৬.০০ টকা
|
৮৬৯.০০ টকা
|
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.